হৰি বৰকাকতি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
হৰি বৰকাকতি
জন্ম ১৯২৯ চন
অসম
মৃত্যু ২০০৬ চন
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়

হৰি বৰকাকতি (ইংৰাজী: Hari Borkataki) আধুনিক অসমীয়া কবিসকলৰ ভিতৰত হৰি বৰকাকতি এগৰাকী আগশাৰী কবি। তেওঁ পঞ্চম আৰু ষাঠি দশকৰ এগৰাকী উল্লেখনীয় কবি আছিল। [1]

জন্ম[সম্পাদনা কৰক]

হৰি বৰকাকতিৰ জন্ম হৈছিল ১৯২৯ খ্ৰীষ্টাব্দত।[2]

সাহিত্যৰাজি[সম্পাদনা কৰক]

কবিতা পুথি[সম্পাদনা কৰক]

  • কোনোবা শীতৰ এটি বগা সন্ধিয়াত(১৯৭০)
  • সাগৰ বালিৰ খোজ(১৯৮৯)
  • চিনাকি চিনাকি গোন্ধ(১৯৯৮)
  • হৰি বৰকাকতিৰ কবিতা(১৯৭৮)
  • ছিলেকটেড পয়েমছ(১৯৯৪)
  • কাগজৰ নাও(১৯৮২)[3]

মৃত্যু[সম্পাদনা কৰক]

হৰি বৰকাকতিৰ মৃত্যু হৈছিল ২০০৬ চনৰ ২২ জুলাইত।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, সম্পা-সত্যেন্দ্ৰনাথ শৰ্মা, দশম সংস্কৰণ ২০১৮ পৃষ্ঠা নং ৩৮৭
  2. অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, সম্পা-সত্যেন্দ্ৰনাথ শৰ্মা, দশম সংস্কৰণ ২০১৮ পৃষ্ঠা নং ৩৮৭
  3. অসমীয়া কবি আৰু কবিতা,সম্পা-কাৰবি ডেকা হাজৰিকা,তৃতীয় বনলতা সংস্কৰণ, পৃষ্ঠা নং ২০১৯