সমললৈ যাওক

গোপীনাথ পাঠক

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গোপীনাথ পাঠক
পেচা মহাভাৰতৰ অনুবাদক
ভাষা অসমীয়া


গোপীনাথ পাঠক ৰামসৰস্বতীৰ পুতেক আছিল। মহাভাৰত অনুবাদ কাৰ্যত এওঁ পিতাকক বিশেষভাবে সহায় কৰিছিল। দ্ৰোণপৰ্বশুক্ৰধ্বজৰ পাঠক ৰাম-সৰস্বতীৰ পুতেক বুলি গোপীনাথে আত্মপৰিচয় দিছে। সম্ভৱতঃ পিতাকৰ ৰজাঘৰীয়া পাঠক বাবটো গোপীনাথেও লাভ কৰিছিল। গোপীনাথে দ্ৰোণ-পৰ্ব, সভা-পৰ্ব, আৰু স্বৰ্গ-ৰোহণ-পৰ্ব, ৰচনা কৰে। গোপীনাথে দৰঙৰাজ ধৰ্মনাৰায়ণৰ পৃষ্ঠাপোষকতা লাভ কৰিছিল।[1]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. ড: সত্যেন্দ্ৰনাথ শৰ্মা (২০১৮). অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত. প্ৰকাশক গুৱাহাটী: সৌমাৰ প্ৰকাশ. পৃষ্ঠা. 172.