সমললৈ যাওক

অসমীয়া অভিনেতা অভিনেত্ৰীসকলৰ তালিকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

অসমীয়া চলচ্চিত্ৰৰ অভিনেতা অভিনেত্ৰীসকলৰ তালিকা:-

অভিনেতা

[সম্পাদনা কৰক]
নামইংৰাজী নামজন্মমৃত্যুসন্মানঅভিনীত চলচ্চিত্ৰ
অৰুণ নাথArun Nath২৮ মে', ১৯৫২
অতুল পাচনীAtul Pachoni২১ জানুৱাৰী, ১৯৬০
অংকুৰ বৈশ্যAnkur Baishya
আব্দুল মজিদAbdul Mazid১৬ নৱেম্বৰ, ১৯৩১২৪ ছেপ্টেম্বৰ, ২০১৭
ইন্দ্ৰ বনিয়াIndra Bania২৪ ডিচেম্বৰ, ১৯৪২২৫ মাৰ্চ, ২০১৫
কপিল বৰাKopil Bora
আদিল হুছেইনAdil Hussain৫ অক্টোবৰ, ১৯৬৩
প্ৰেম খানPrem Khan
জুবিন গাৰ্গZubeen Garg১৮ নৱেম্বৰ, ১৯৭২১৯ ছেপ্টেম্বৰ, ২০২৫গ্ল’বেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড,
ষ্টাৰডাষ্ট এৱাৰ্ড (২০০৭),
ফিল্ম ফেয়াৰ এৱাৰ্ড,
ৰজত কমল বঁটা (২০০৯)
তুমি মোৰ মাথোঁ মোৰ,
দীনবন্ধু ,
মন যায়,
গানে কি আনে
যতীন বৰাJatin Bora২৫ এপ্ৰিল, ১৯৭০বৰ্তমানপ্ৰাগ চিনে এৱাৰ্ড (২০০৪),
নটসূৰ্য ফনী শৰ্মা বঁটা
উত্তৰকাল,
বিতং তালিকা ...
প্ৰমথেশ বৰুৱাPramathesh Barua২৪ অক্টোবৰ, ১৯০৩২৯ নৱেম্বৰ, ১৯৫১
প্ৰাঞ্জল শইকীয়াPranjal Saikia১৬ জানুৱাৰী, ১৯৫২
ফণী শৰ্মাPhani Sarma১৯০৯১৯৩১ জুলাই, ১৯৭০"নটসূৰ্য্য" উপাধিৰে বিভূষিত,
এওঁৰ নামেৰে "নটসূৰ্য ফনী শৰ্মা বঁটা" আৰম্ভণি
জয়মতী,
দেৱদাস,
ইন্দ্ৰমালতী,
ছিৰাজ,
পিয়লি ফুকন,
লাচিত বৰফুকন,
ইটো সিটো বহুতো,
মণিৰাম দেৱান
ব্ৰজেন বৰাBrajen Bora
ব্ৰজেন বৰুৱাBrojen Baruah২৭ ফেব্ৰুৱাৰী, ১৯২৫২৮ জুন, ১৯৭২
বাহাৰুল ইছলামBaharul Islam১০ অক্টোবৰ, ১৯৬৩
বিজয় শংকৰBijoy Sankar২৪ মাৰ্চ, ১৯৯৬
বিজু ফুকনBiju Phukan১৮ ফেব্ৰুৱাৰী, ১৯৪৭২২ নৱেম্বৰ, ২০১৭ডাঃ বেজবৰুৱা,
বিতং তালিকা ...
বিষ্ণু খাৰঘৰীয়াBishnu Kharghoria১৯৪৬
ৰবি শৰ্মাRavi Sarma১৯ চেপ্তেম্বৰ, ১৯৭৯হিয়া দিয়া নিয়া, নায়ক, বাৰুদ, মা তুমি অনন্যা, ৰণাংগন
তপন দাসTapan Das১১ জানুৱাৰী, ১৯৬২ৰূপকাৰ বঁটা (২০১২)
দিগন্ত হাজৰিকাDiganta Hazarika২৩ চেপ্তেম্বৰ, ১৯৮৪
নিপন গোস্বামীNipon Goswamiছেপ্টেম্বৰ, ১৯৪২সংগ্ৰাম,
বিতং তালিকা ...
পুলক নাথPulak Nath২ অক্টোবৰ, ১৯৯৫
হিৰণ্য দাসHiranya Das
হিৰণ্য ডেকাHiranya Deka
বিক্ৰম ৰাজখোৱা(বিকি)Bikram Rajkhowa (Biki)৩১ ডিচেম্বৰ, ১৯৭৯শ্ৰেষ্ঠ কৌতুক অভিনেতা ২০১৬-১৭; অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা, অসম চৰকাৰজোনদা ইমান গুণ্ডা, ধন কুবেৰৰ ধন, জীৱন বাটৰ লগৰী, ঢৌ, জেতুকা পাতৰ দৰে, বৰলাৰ ঘৰ, তোমাৰ খৱৰ, বীৰ চিলাৰায়, হিয়া দিবা কাক, প্ৰিয়াৰ প্ৰিয়, নিজানৰ গান, তাণ্ডৱ অৱ পাণ্ডৱ, বাঁহী, ৰতনপুৰ
উৎপল দাসUtpal Das১৪ ডিচেম্বৰ, ১৯৮৬
জৰ্জ বেকাৰGeorge Baker

অভিনেত্ৰী

[সম্পাদনা কৰক]
নামইংৰাজী নামজন্মমৃত্যুউল্লেখনীয় বঁটা পুৰস্কাৰ আদিঅভিনীত চলচ্চিত্ৰ
অনুপমা ভট্টাচাৰ্যAnupama Bhattacharjyaa১৯ আগষ্ট, ১৯২৮৩০ জানুৱাৰী, ২০২২
আইদেউ সন্দিকৈAideu Handique২৭ জুন, ১৯১৫১৭ ডিচেম্বৰ, ২০০২প্ৰথম অসমীয়া চলচ্চিত্ৰ অভিনেত্ৰীজয়মতী
জুপিতৰা ভুঞাJupitora Bhuyan১০ অক্টোবৰ, ১৯৮৫প্ৰাগ চিনে এৱাৰ্ডত শীৰ্ষ অভিনেত্ৰী শিতানৰ অধিকাৰী হৈছেহিয়াৰ দাপোণত তোমাৰে ছবি (১৯৯৭),
তোমাৰ খবৰ (২০১১),
তুমি যদি কোৱা (২০১৩),
অজেয় (২০১৩)
আইমী বৰুৱাAimee Baruah
ইভা আচাওIva Achau১০ এপ্ৰিল, ১৯৪০১৪ জুন, ১৯৮৮
কৃষ্ণা ফুকনKrishna Phukan
গায়ত্ৰী মহন্তGayatree Mahanta১৪ ফেব্ৰুৱাৰী, ১৯৮২
গীতাৱলী ৰাজকুমাৰীGitawali Rajkumari
চেতনা দাসChetana Das৪ নৱেম্বৰ, ১৯৫৪
জ্ঞানদা কাকতিGyanada Kakati১৯৩২৮ জানুৱাৰী, ২০২৫বিষ্ণু ৰাভা বঁটাপূবেৰুণ, পাৰঘাট
জুমণি নেওগJumoni Neog৩ জুন, ১৯৮৪তুমিয়ে মোৰ কল্পনাৰ
ৰিম্পী দাসRimpi Das১ অক্টোবৰ, ১৯৮৪
জেৰিফা ৱাহিদJerifa Wahid
প্ৰস্তুতি পৰাশৰPrastuti Parashar১৫ ডিচেম্বৰ, ১৯৮১
দিপান্বিতা শৰ্মাDipannita Sharma২ নৱেম্বৰ, ১৯৭৬
বৰ্ষাৰাণী বিষয়াBarsha Rani Bishaya২০ ছেপ্টেম্বৰ, ১৯৮৩
বৰ্ণালী পূজাৰীBarnali Pujari
বিদ্যা ৰাওBidya Rao
মণিকংকনা দত্তMonikangana Dutta১৩ ছেপ্তেম্বৰ, ১৯৮২
মলয়া গোস্বামীMoloya Goswamiশ্ৰেষ্ঠা অভিনেত্ৰী বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা
মৃদুলা বৰুৱাMridula Baruah
ৰুণু দেৱীRunu Devi২১ ছেপ্তেম্বৰ,১৯৫৭
লুনা লহকৰLuna Lahkar
নিকুমণি বৰুৱাNikumoni Baruah২৯ জুলাই, ১৯৬৯
নিশিতা গোস্বামীNishita Goswami১৯ অক্টোবৰ, ১৯৮২
সীমা বিশ্বাসSeema Biswas১৪ জানুৱাৰী, ১৯৬৫শ্ৰেষ্ঠা অভিনেত্ৰী বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা,
শ্ৰেষ্ঠ নৱাগত অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা

লগতে চাওক

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]