সমললৈ যাওক

অসমৰ কণ্ঠশিল্পীসকলৰ তালিকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অসমৰ কণ্ঠশিল্পীসকল
নাম জন্ম মৃত্যু সংগীতৰ ধৰণ উল্লেখনীয় বঁটা পুৰস্কাৰ আদি
বসন্ত ডেকা ২৫ জুলাই ১৯৮৭ - আধুনিক গীত ,

বিহু গীত

অংগৰাগ মহন্ত ২৪ নৱেম্বৰ -বিহু গীত
লোকগীত
আধুনিক গীত
বিগ অসমীয়া মিউজিক এৱাৰ্ড, ২০১১
অৰ্চনা মহন্ত- -আধুনিক গীত-
অজন্তা গোস্বামী- -আধুনিক গীত-
অনিন্দিতা পাল- -আধুনিক গীত-
অনিমা চৌধুৰী- -আধুনিক গীত-
অনিমা চক্ৰৱৰ্তী- -বিহু গীত, লোকগীত-
অঞ্জু দেৱী- -আধুনিক গীত-
আৰতি মুখাৰ্জী- -আধুনিক গীত-
আনন্দিৰাম দাস- -বনগীত-
কুইন হাজৰিকা- -আধুনিক গীত-
খগেন মহন্ত১৭ আগষ্ট, ১৯৪২ ১২ জুন ২০১৪বিহু গীত
আধুনিক গীত
ৰজত কমল বঁটা
সংগীত নাটক একাডেমী বঁটা
চাৰু গোহাঁই১৭ ছেপ্তেম্বৰ, ১৯৫১ ২২ ফেব্ৰুৱাৰী, ২০১২আধুনিক গীত-
জয়ন্ত হাজৰিকা২০ ছেপ্টেম্বৰ, ১৯৪৩ ১৫ অক্টোবৰ, ১৯৭৭আধুনিক গীত-
জয় বৰুৱা (ইংৰাজী: Joi Barua)- -আধুনিক গীত-
জিতুল সোনোৱাল- -আধুনিক গীত-
জুবিন গাৰ্গ১৮ নৱেম্বৰ, ১৯৭২ ১৯ ছেপ্টেম্বৰ, ২০২৫বৰগীত,
লোকগীত,
বিহু গীত,
আধুনিক গীত,
বনগীত
ফিল্ম ফেয়াৰ বঁটা
ৰজত কমল বঁটা,
ষ্টাৰডাষ্ট এৱাৰ্ড,
গ্ল’বেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড
জ্যোতিপ্ৰসাদ আগৰৱালা১৭ জুন, ১৯০৩ ১৭ জানুৱাৰী, ১৯৫১জ্যোতি সংগীত"ৰূপকোঁৱৰ" উপাধি
শিল্পী দিৱস
পদ্মনাভ বৰদলৈ- -আধুনিক গীত-
প্ৰতিমা বৰুৱা পাণ্ডে৩ অক্টোবৰ, ১৯৩৫ ২৭ ডিচেম্বৰ, ২০০২গোৱালপৰীয়া লোকগীতপদ্মশ্ৰী বঁটা
সঙ্গীত নাটক একাডেমী বঁটা
ড° ভূপেন হাজৰিকা৮ ছেপ্তেম্বৰ. ১৯২৬ ৫ নৱেম্বৰ ২০১১ভূপেন্দ্ৰ সংগীত
বৰগীত
বিহুগীত
লোকগীত
অসম ৰত্ন
ৰাষ্ট্ৰপতি পদক
পদ্মশ্ৰী বঁটা
সংগীত নাটক একাডেমী বঁটা
পদ্মভূষণ বঁটা ...
বৰ্ণালী কলিতা- -আধুনিক গীত-
বৈকুণ্ঠ গগৈ- -আধুনিক গীত-
বিষ্ণুপ্ৰসাদ ৰাভা৩১ জানুৱাৰী, ১৯০৯ ২০ জুন,১৯৬৯[1]বিষ্ণু ৰাভাৰ গীত, আধুনিক গীত-
বিউটী শৰ্ম্মা বৰুৱা- -আধুনিক গীত-
বিমল দেৱ মেধি- -আধুনিক গীত-
বীৰেন্দ্ৰ নাথ দত্ত- -আধুনিক গীত-
বীণা ভাগৱতী- -আধুনিক গীত-
ময়ুখ হাজৰিকা- -আধুনিক গীত-
মনীষা হাজৰিকা- আধুনিক গীত-
তৰালি শৰ্মা- -আধুনিক গীত-
তফজ্জুল আলি- -আধুনিক গীত-
তাৰিকুদ্দিন আহমেদ৪ নৱেম্বৰ, ১৯২৩ ২৯ আগষ্ট, ১৯৯০আধুনিক গীত-
দ্বীপেন বৰুৱা[2]- -আধুনিক গীত-
দীপালী বৰঠাকুৰ৩০ জানুৱাৰী, ১৯৪১ - -আধুনিক গীতপদ্মশ্ৰী বঁটা
অসম চৰকাৰৰ শিল্পী বঁটা
দেৱজিৎ সাহা১৯৭৬ -আধুনিক গীতসাৰেগামাপা চেলেঞ্জ, ২০০৫
ধনদা পাঠক- -আধুনিক গীত-
নীলিমা খাতুন - - আধুনিক গীত -
লোকেশ্বৰ ডেকা- -আধুনিক গীত-
লোকনাথ গোস্বামী- -আধুনিক গীত-
দোস্ত হবিবুৰ ৰহমান- -পেৰেডী গীত
আধুনিক গীত
-
ডলি ঘোষ- -আধুনিক গীত-
ৰামেশ্বৰ পাঠক১ মাৰ্চ, ১৯৩৮ ৩ ডিচেম্বৰ, ২০১০লোকগীতসংগীত নাটক একাডেমী বঁটা
ৰুদ্ৰ বৰুৱা২৬ নৱেম্বৰ, ১৯২৬ ফেব্ৰুৱাৰী, ১৯৮০বনগীত"লুইত কোঁৱৰ" উপাধি প্ৰদান
ৰিদিপ দত্ত- -আধুনিক গীত-
ৰুনুমী ঠাকুৰ- -আধুনিক গীত-
উপেন কটকী[2]- -আধুনিক গীত-
সমৰ হাজৰিকা- -আধুনিক গীত-
সন্ধ্যা মেনন- -আধুনিক গীত-
পাৰবীন চুলতানা- -আধুনিক গীত-
সংগীতা কাকতি- -আধুনিক গীত-
সীমান্ত শেখৰ- -আধুনিক গীত-
সুবাসনা দত্ত- -আধুনিক গীত-
মুনমী বৰা- -আধুনিক গীত-
মধুমতী গোস্বামী- -আধুনিক গীত-
শান্তা উজীৰ- -আধুনিক গীত-
মুনমুন দাস- -তিৱা লোকগীত-
জয়ন্ত নাথ ২০ মে' ১৯৬৪ - আধুনিক গীত -
শ্ৰী বেদান্ত গোস্বামী২০১৫ -বৰগীত গীত-
কুমাৰ ভবেশ - - আাধুনিক গীত -
দীপক দাস - - অনাতাঁৰ শিল্পী -
নীল আকাশ ১৫ নৱেম্বৰ ১৯৯১ - আধুনিক গীত -

লগতে চাওক

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. NN Acharya, Glories of Assam, Bina Library, Gauhati
  2. 1 2 এনাজৰী ডট কম Archived 2013-04-10 at the Wayback Machine, Musical Minds, আহৰণ: ২৪-০৯-২০১২

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
  • Gaana.comত সন্নিবিষ্ট অসমীয়া নেপথ্য গায়ক গায়িকাসকল