জিতুল সোণোৱাল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(জিতুল সোনোৱালৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation Jump to search


জিতুল সোণোৱাল
প্ৰাথমিক তথ্য
জন্ম ডিব্ৰুগড়, অসম, ভাৰত
পেচা কণ্ঠশিল্পী, সংগীত পৰিচালক

জিতুল সোণোৱাল (ইংৰাজী: Jitul Sonowal) এগৰাকী অসমীয়া সংগীত জগতৰ এগৰাকী প্ৰসিদ্ধ গায়ক, গীতিকাৰ, সুৰকাৰ আৰু সংগীত পৰিচালক। তেখেতে বৰ্তমানলৈ বহুকেইটা অসমীয়া জনপ্ৰিয় গীতত নিজৰ কণ্ঠদান কৰিছে। গান গোৱাৰ উপৰিও তেখেতে বিভিন্ন বাদ্যযন্ত্ৰ যেনে গীটাৰ, কীবৰ্ড আদি বজাব পাৰে৷

একক কণ্ঠৰ এলবাম[সম্পাদনা কৰক]

  • নিৰিবিলি গধুলী
  • বৃষ্টি
  • নতুন লহৰ
  • যদি কেতিয়াবা
  • শিহৰণ
  • ৰহন
  • যশোৱা
  • প্ৰীতি
  • মৰমী প্ৰিয়া
  • সোণালী]
  • অঞ্জনা]]
  • কপৌ পাহি তোৰে খোপাত
  • অনুপমা আদি

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]