জিতুল সোণোৱাল
(জিতুল সোনোৱালৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation
Jump to search
জিতুল সোণোৱাল | |
---|---|
![]() | |
প্ৰাথমিক তথ্য | |
জন্ম | ডিব্ৰুগড়, অসম, ভাৰত |
পেচা | কণ্ঠশিল্পী, সংগীত পৰিচালক |
জিতুল সোণোৱাল (ইংৰাজী: Jitul Sonowal) এগৰাকী অসমীয়া সংগীত জগতৰ এগৰাকী প্ৰসিদ্ধ গায়ক, গীতিকাৰ, সুৰকাৰ আৰু সংগীত পৰিচালক। তেখেতে বৰ্তমানলৈ বহুকেইটা অসমীয়া জনপ্ৰিয় গীতত নিজৰ কণ্ঠদান কৰিছে। গান গোৱাৰ উপৰিও তেখেতে বিভিন্ন বাদ্যযন্ত্ৰ যেনে গীটাৰ, কীবৰ্ড আদি বজাব পাৰে।
একক কণ্ঠৰ এলবাম[সম্পাদনা কৰক]
- নিৰিবিলি গধূলি
- প্ৰতীক্ষা
- বৃষ্টি
- বৰষা
- নতুন লহৰ
- যদি কেতিয়াবা
- শিহৰণ
- ৰহণ
- যশোৱা
- প্ৰীতি
- মৰমী প্ৰিয়া
- সোণালী
- অঞ্জনা
- কপৌ পাহি তোৰে খোপাত
- অনুপমা আদি