অসমৰ সংগীত
অৱয়ব
(অসমীয়া সংগীতৰ পৰা পুনঃনিৰ্দেশিত)
ভাৰতৰ সংগীত | |
---|---|
তানপুৰা বজায় থকা এগৰাকী মহিলা, ১৭৩৫ খ্ৰীষ্টাব্দ (ৰাজস্থান) | |
প্ৰকাৰ | |
পৰম্পৰাগত
আধুনিক | |
গণ মাধ্যম আৰু পৰিৱেশন | |
সংগীতৰ বঁটা | * সংগীত নাটক অকাডেমী বঁটা |
সংগীতৰ উৎসৱ | * সপ্তক ফেষ্টিভেল অৱ মিউজিক |
সংগীতৰ গণ মাধ্যম | * শ্ৰুতি |
জাতীয়তাবাদী আৰু দেশপ্ৰেমমূলক গীত | |
ৰাষ্ট্ৰীয় সংগীত | জন গণ মন |
আঞ্চলিক সংগীত | |
* আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ | |
উত্তৰ-পূব ভাৰতৰ অসমৰ সংগীতসমূহ হ’ল মূলতঃ থলুৱা লোক সংগীত আৰু ভক্তিমূলক গীত। অসমৰ সংগীতসমূহক ইয়াৰ স্বকীয় বৈশিষ্ট্যৰ বাবে ভাৰতৰ বাকী অংশৰ সংগীতসমূহৰ পৰা পৃথক কৰি চিনিব পাৰি। এই সংগীতসমূহত দাঁতি-কাষৰীয়া পাহাৰীয়া ৰাজ্য আৰু চুবুৰীয়া দেশ ম্যানমাৰ, থাইলেণ্ড আৰু চীন আদি দেশৰো প্ৰভাৱ দেখা যায়।
বিবিধ প্ৰকাৰৰ সংগীতসমূহ:
[সম্পাদনা কৰক]অসমৰ জনসংখ্যাৰ বিবিধতা অনুসৰি লোকসংগীতৰো ততোধিক ভিন্নতা আছে। প্ৰত্যেক ধৰণৰ লোকসংগীততে প্ৰায়েই অন্যান্য এক বা ততোধিক সংগীতৰ প্ৰভাৱ দেখা যায়। তলত বিভিন্ন প্ৰকাৰৰ লোকসংগীতসমূহৰ এখন সূচী দিবলৈ প্ৰয়াস কৰা হ'ল।
- কামৰূপী লোকগীত
- গোৱালপৰীয়া লোকগীত
- ওজাপালি
- ঝুমুৰ
- বৰগীত [1]
- ঐনিতম
- বিহুগীত
- হুঁচৰি [2]
- বনগীত
- বিয়ানাম
- ভেকুলী বিয়াৰ নাম
- নিচুকনি গীত
- মহো-হো গীত
- জিকিৰ
- টোকাৰি গীত
- বৰফুকনৰ গীত
- নাগাৰা/নেগেৰা নাম
- আইনাম
- অপেচৰী সবাহৰ গীত
- জন্মাষ্টমী নাম
- লক্ষ্মীপূজাৰ নাম
- গৰখীয়া গীত
অসমৰ সংগীতজ্ঞসকল:
[সম্পাদনা কৰক]- শ্ৰীশ্ৰীশঙ্কৰদেৱ
- পাৰ্বতি প্ৰসাদ বৰুৱা
- ৰূদ্ৰ বৰুৱা
- জ্যোতিপ্ৰসাদ আগৰৱালা
- বিষ্ণুপ্ৰসাদ ৰাভা
- ভূপেন হাজৰিকা
- জয়ন্ত হাজৰিকা
- ৰমেন বৰুৱা
- জুবিন গাৰ্গ
লগতে চাওক
[সম্পাদনা কৰক]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]গ্ৰন্থপঞ্জী
[সম্পাদনা কৰক]- Phukan, Mitra (2003) Musical Identity and being an Assamese, Shruti, October 2003 Archived 2006-12-30 at the Wayback Machine.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- assamesesongs.org Archived 2013-12-16 at the Wayback Machine, a pay-site with popular music from Assam.
- Rupaliparda.com, a free resource for current happenings in assamese entertainment world.
|
|