কাজিৰঙা হস্তী মহোৎসৱ
কাজিৰঙা হস্তী মহোৎসৱ | |
---|---|
![]() ২০০৯ বৰ্ষৰ কাজিৰঙা হস্তী মহোৎসৱত অংশগ্ৰহণ কৰা কিছুমান হাতী দেখা গৈছে | |
তাৰিখ | ফেব্ৰুৱাৰী |
অন্তৰ | বাৰ্ষিক |
ঠাই | কাজিৰঙা, অসম![]() |
প্ৰথমবাৰ পালন | ২০০৩ |
কাজিৰঙা হস্তী মহোৎসৱ (ইংৰাজী: Kaziranga Elephant Festival) হৈছে অসমৰ কাজিৰঙাত উদযাপন কৰা বাৰ্ষিক হস্তী মহোৎসৱ। হাতীৰ সংৰক্ষণ আৰু সুৰক্ষা বিষয়ে সাধাৰণ ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰাই হৈছে এই উৎসৱৰ মূল উদ্দেশ্য। ২০০৩ চনৰে পৰা এই উৎসৱ নিয়মীয়াকৈ পাতি অহা হৈছে। অসম চৰকাৰৰ পৰ্যটন আৰু বন বিভাগে যুটীয়াকৈ এই উৎসৱৰ আয়োজন কৰে।.[1][2][3] শতাধিক ঘৰচীয়া হাতীয়ে এই উৎসৱত অংশগ্ৰহণ কৰে। হাতীবিলাকে ইয়াত আয়োজন কৰা বিভিন্ন দৌৰ, পেৰেড, ফুটবল আদি খেলত ভাগ লয়।.[2][3]
লগতে চাওক[সম্পাদনা কৰক]
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ "Elephant Festival". North East India. http://www.north-east-india.com/assam/elephant-festival.html। আহৰণ কৰা হৈছে: 21 February 2010.
- ↑ 2.0 2.1 "Elephant Festival – A Lifetime opportunity". Incredible Northeast India. http://www.incredible-northeastindia.com/assam-north-east-india/elephant-festival-assam.html। আহৰণ কৰা হৈছে: 21 February 2010.
- ↑ 3.0 3.1 "Elephant Festival". Bharat Online. http://www.bharatonline.com/assam/fairs/elephant-festival.html। আহৰণ কৰা হৈছে: 21 February 2010.
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
|