কবিৰত্ন সৰস্বতী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search


কবিৰত্ন সৰস্বতী
জন্ম চতুৰ্দশ শতিকা
পেচা কবি
ভাষা অসমীয়া
উল্লেখনীয় কৰ্মৰাজী কৈলাশ বৰ্ণনা

চতুৰ্দশ শতিকাৰ অসমীয়া কবিসকলৰ ভিতৰত কবিৰত্ন সৰস্বতী অন্যতম৷ কমতাপুৰৰ ৰজাৰ দুৰ্লভনাৰায়ণৰ পুত্ৰ ইন্দ্ৰনাৰায়ণৰ পৃষ্ঠপোষকতা লাভ কৰা কবিসকলৰ ভিতৰত কবিৰত্ন সৰস্বতী বৰপেটা অঞ্চলৰ ছোটশিলা নামে গাঁৱত জন্ম গ্ৰহণ কৰিছিল৷ তেওঁৰ পিতৃৰ নাম চক্ৰপাণি শিকদাৰ[1]

কবিৰত্ন সৰস্বতীৰ বংশধৰ হ'ল মাধৱদেৱৰ ভাগিনীয়েক ৰামচৰণ ঠাকুৰ|পাগল

সাহিত্যিক পৰিচয়[সম্পাদনা কৰক]

কবিৰত্ন সৰস্বতীয়ে মহাভাৰতৰ দ্ৰোণপৰ্বৰ জয়দ্ৰথ বধৰ কাহিনীটো কাব্য আকাৰেৰে বৰ্ণনা কৰিছে৷ অসমীয়া সাহিত্যৰ চানেকীৰ প্ৰথম খণ্ডত উদ্ধৃত কৰা 'কৈলাশ বৰ্ণনা' অংশটোৰ পৰা তেওঁ কাব্য প্ৰতিভাৰ উমান পাব পাৰি৷[1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত। প্ৰকাশক - প্ৰতিমা দেৱী। লেখক - সত্যেন্দ্ৰনাথ শৰ্মা, ১৯৯৬, গুৱাহাটী, পৃষ্ঠা ৫৫-৫৬