বাৰ্তা:অসম গণিত শিক্ষায়তন

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

ইয়াৰ শ্ৰেণীটোৰ সালসলনিৰ প্ৰয়োজন হ’ব| বৰ্তমান অসমৰ শৈক্ষিক প্ৰতিষ্ঠানতে সুমিয়াই ৰাখিছো| বিষ্ণু শ‍ইকীয়া বাৰ্তা 13:22, 14 মাৰ্চ 2012 (UTC)

তথ্য মচা[সম্পাদনা কৰক]

ইতিহাস চাওঁতে আগৰ সংস্কৰণটো বৰ বিজ্ঞাপনধৰ্মী যেন লগা নাই দেখোন। তথ্যসূত্ৰ দুটামানো চকুত পৰিছিল। বেছিভাগ তথ্য আঁতৰাই দিয়াৰ সলনি অলপ ঘঁহিব-মাজিব লাগিছিল! -- গীতাৰ্থ বৰদলৈ (talk) 20:29, 18 মাৰ্চ 2012 (UTC)

পূৰ্ববত কৰা হ’ল[সম্পাদনা কৰক]

বিজ্ঞাপনধৰ্মী নহয়, কিন্তু অলপ সালসলনিৰ প্ৰয়োজন আছে| লিখক ৱিকিপিডিয়াত একেবাৰে নতুন| এখেতক এনে ধৰনৰ সতৰ্কবানীৰে নিৰাশ কৰা উচিত নহয়| ৱিকিপিডিয়াৰ আদৰ্শত আছে নতুন সদস্যসকলক নোজোকাব বুলি| অলপ বুজাবুজিৰ মাজেৰে নচলিলে মানুহে ৱিকিপিডিয়াত কিয় লিখিব বাৰু? বিষ্ণু শ‍ইকীয়া বাৰ্তা 19:11, 19 মাৰ্চ 2012 (UTC)