বাৰ্তা:অৰুণোদই

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

উইলিয়াম ৱাৰ্ড প্ৰৱন্ধত উল্লেখিত ৰেফাৰেন্স অনুযায়ী উইলিয়াম ৱাৰ্ডো অৰুণোদই-ৰ সম্পাদক আছিল। এইটো প্ৰৱন্ধত তেখেতৰ নাম নাই দেখোন। মিছেছ ৱাৰ্ড বুলি তেখেতৰ কথাকে বুজোৱা হৈছে নেকি?উদ্দীপতালুকদাৰ (talk) 20:55, 3 ডিচেম্বৰ 2012 (UTC)