সমললৈ যাওক

বাৰ্তা:অৰুণ খেতৰপাল

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা
Latest comment: 2 বছৰৰ পূৰ্বে by Babulbaishya in topic নামৰ বানান

নামৰ বানান

[সম্পাদনা কৰক]

JyotiPN, প্ৰবন্ধটোৰ শিৰোনাম অৰুণ ক্ষেত্ৰপাল নহয়, অৰুণ খেতৰপালহে হ'ব লাগে। ইংৰাজীত Arun Khetarpal, হিন্দীত अरुण खेतरपाल, মাৰাঠীত अरुण खेतरपाल, গুজৰাটীত અરૂણ ખેતરપાલ বুলি লিখে। অৱশ্যে নাম স্থানান্তৰ কৰোঁতে, তাৰ সমৰ্থনত যিটো লিংক দিছে, তাৰো গুৰুত্ব নথকা নহয়। নামৰ বানান সম্পৰ্কে অলপ চালি-জাৰি চোৱা উচিত হ'ব। বাবুল বৈশ্য (বাৰ্তা) 07:45, 18 September 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক