বাৰ্তা:অৰুণ শৰ্মা

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

সন্ধ্যাৰাগৰ নামভূমিকাত অভিনয়[সম্পাদনা কৰক]

এই শীৰ্ষৰে থকা শাৰীটো মই সম্পাদনা কৰি 'সন্ধ্যাৰাগ'ত অভিনয় বুলি লিখিছোঁ। নাম-ভূমিকা বুলিলে সাধাৰণতে চৰিত্ৰৰ নাম এটাৰে থকা চিনেমা/নাটক ইত্যাদিৰ নাম বুজায়। সেয়ে এইটো নামভূমিকা নহ'ব।