বাৰ্তা:আইদেউ সন্দিকৈ

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

জন্মস্থান[সম্পাদনা কৰক]

পানী-দিহিঙ গাঁও, শিৱসাগৰ জিলাত পৰে নেকি? পানী-দিহিঙ পক্ষী-অভয়াৰণ্য, শিৱসাগৰৰ পৰা ২২ কিমি দূৰত। একেটা অঞ্চল নে বেলেগ? ‌উদ্দীপতালুকদাৰ ০৭:৫৪, ৩১ আগষ্ট ২০১১ (UTC)

পানীদিহিঙিয়া গাঁও, গোলাঘাট । ‍‍Gitartha.bordoloi ০৮:৪৫, ৩১ আগষ্ট ২০১১ (UTC)

onlinesivasagar.com-ত ৰেফাৰেন্স পালো, সেয়ে আলোচনাৰ লিংকটো গুচাই দিছো। উদ্দীপতালুকদাৰ ০৯:১৬, ৩১ আগষ্ট ২০১১ (UTC)

মূল পাঠত উল্লেখিত আটাইকেইটা reference মতে জন্মচন ১৯১৫, কিন্তু http://onlinesivasagar.com/movies/aideu-handique.html এই সমল মতে জন্মচন ১৯২০। আকৌ ১৯৩৩ চনত জয়মতী নিৰ্মানৰ সময়ত আইদেউৰ বয়স ১৪-১৬ ৰ ভিতৰত হ'লে ১৯২০ হোৱাতেই বেছি শু্দ্ধ যেন লাগে। উদ্দীপতালুকদাৰ ০৯:১০, ৩১ আগষ্ট ২০১১ (UTC)

আইদেউ সন্দিকৈ বিষয়ক কৰ্ম[সম্পাদনা কৰক]

আইদেউ সন্দিকৈৰ জীৱনৰ ওপৰত এখন উপন্যাস আছে যেন পাইছোঁ, মই ঠিক মনত পেলাব পৰা নাই। সেইটো মূল প্ৰবন্ধত সংযোগ কৰিব পাৰি। ২০১৩ চনৰ ২০ আগষ্ট তাৰিখে আইদেউ সন্দিকৈৰ ষ্মূতিত জন্ম লাভ কৰে উত্তৰ-পূৱ ভাৰতৰ প্ৰথমটো ভ্ৰাম্যমাণ ছবি ঘৰ আইদেউ টকীজৰ । বর্তমান অ্সম মূলুকৰ বোলছবি জগতৰ সর্ববূত অনুষ্ঠান আইদেউ টকীজ ।