বাৰ্তা:আন্তৰ্জাতিক একক প্ৰণালী

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

এই পৃষ্ঠাটো মই আন্তৰ্জাতিক একক পদ্ধতি লৈ স্থানান্তৰ কৰিম বুলি খালীকৈ সৃষ্টি কৰিছিলোঁ। বহুতো প্ৰৱন্ধত ইতিমধ্যে আন্তৰ্জাতিক একক প্ৰণালী বুলি লিখি দিলোঁ। সেইকাৰণে ইয়াত কি কৰিব পৰা যাব যাতে সহজতে পৃষ্ঠা দুখন সংযোগ হৈ যায়। Prankrishnab (talk) 16:27, 14 July 2017 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

#REDIRECT হেচ টেগটো লগাই দিলেই হয়! ম‍ই কৰি দিছো চাবাচোন! DC Assam ❯❯❯ Talk 10:49, 15 July 2017 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
অ। মই এটা ভাবিছোঁ কি এই শব্দবোৰৰ বাবে সৰ্বসাধাৰণ কিবা নিয়ম এটা নালাগেনে? যেনে কিল'গ্ৰাম-কিলোগ্ৰাম, পদ্ধতি-প্ৰণালী ইত্যাদিবোৰৰ বাবে Prankrishnab (talk) 06:16, 16 July 2017 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
লাগে কিন্তু অসমীয়াত ভাষাত বা অসমীয়া ৱিকিত সেইবোৰ এতিয়াও সু-নিৰ্দিষ্ট নহয়! গতিকে, দুয়োটা (পদ্ধতি-প্ৰণালী) নামৰ প্ৰবন্ধ সাজি এনেকৈ পুনঃনিৰ্দেশ কৰি ৰাখিলেই মানুহে বিচাৰি পাব! দ্বিতীয়তে, কিল'গ্ৰাম-কিলোগ্ৰাম ৰ ক্ষেত্ৰত কিল'গ্ৰাম ব্যৱহাৰৰ ম‍ই পক্ষপাতী, বাংলাত উৰ্দ্ধ কমা নাই বাবে ও-কাৰ ডাল ব্যৱহাৰ কৰে, আমাৰ উৰ্দ্ধ কমা আছে সেয়ে কিল’গ্ৰাম লিখিলে বেছি অসমীয়া যেন লাগে! DC Assam ❯❯❯ Talk 07:34, 16 July 2017 (ইউ.টি.চি.)[উত্তৰ দিয়ক]