সদস্য বাৰ্তা:Prankrishnab

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা


প্রভাকৰ শৰ্মা নেওগ (talk) 04:18, 7 জানুৱাৰী 2014 (UTC)

বিশেষ বঁটা[সম্পাদনা কৰক]

বিশেষ বঁটা
অসমীয়া ৱিকিপিডিয়ালৈ আপোনাৰ শেহতীয়া বৰঙণিৰ বাবে এই বঁটা প্ৰদান কৰা হ'ল। আমি আশা কৰোঁ আপোনাৰ এই উৎসাহ যাতে অটুট থাকে।

— গীতাৰ্থ বৰদলৈ (talk) 08:49, 30 December 2015 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

ৱিকিলিংক[সম্পাদনা কৰক]

প্ৰবন্ধবোৰ লিখোঁতে আন প্ৰবন্ধলৈ (থকা বা নথকা) যাব পৰাকৈ [[]] ব্যৱহাৰ কৰি ৱিকিলিংক দি দিবা। যেনে চুম্বকীয় ক্ষেত্ৰ প্ৰবন্ধটোত '[[বিশেষ আপেক্ষিকতাবাদৰ সূত্ৰ]]', '[[চৌম্বিক প্ৰভাৱ]]' আদিত ৱিকিলিংক দিব পাৰি। — গীতাৰ্থ বৰদলৈ (talk) 17:28, 4 July 2017 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

মই প্ৰায়ে এই কথাটো পাহৰি গৈছিলোঁ। এইবাৰৰ পৰা মনত ৰাখিম লগতে পুৰণা থাকি যোৱাখিনিতো কৰি দিম।
লগতে নতুন প্ৰবন্ধকেইটা পদাৰ্থ বিজ্ঞান শ্ৰেণীৰ কোনোবা উপশ্ৰেণীত সুমুৱাই দিব পাৰি নেকি চাবাচোন, নাইবা নতুন উপশ্ৰেণী এটা কৰি দিবা। মূল শ্ৰেণীটো অলপ চাফা হৈ থাকিলে সুবিধা। — গীতাৰ্থ বৰদলৈ (talk) 08:55, 7 July 2017 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
পোন প্ৰথমে মূল শ্ৰেণী তাৰপাছত উপ শ্ৰেণী - এনেদৰে দিম নে , উপ শ্ৰেণী তাৰপাছত মূল শ্ৰেণী-- কৰি দিম? আৰু হটকেট ব্যৱহাৰ কৰিলেই নহ'ব জানো? Prankrishnab (talk) 10:02, 10 July 2017 (ইউ.টি.চি.) প্ৰাণকৃষ্ণ।[উত্তৰ দিয়ক]
প্ৰবন্ধত অকল উপশ্ৰেণী দিলেই হ'ব। উপশ্ৰেণীটো আগৰ পৰা নাই যদি সেইটো সৃষ্টি কৰি মূল শ্ৰেণীত ভৰাই দিব পাৰি। হট্‌কেটেৰে কৰিলেই হ'ব। — গীতাৰ্থ বৰদলৈ (talk) 16:23, 10 July 2017 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

কোমল পদাৰ্থ[সম্পাদনা কৰক]

Hi,

It is great to see you adding articles on Physics. Just had a glimpse of your recent article কোমল পদাৰ্থ. Soft matter ক কোমল পদাৰ্থ বুলি কোৱাতকৈ "মৃদু পদাৰ্থ" বুলি ক'লে বেছি খাপ খাব নেকি বাৰু? উদাহৰণস্বৰুপে এই গৱেষণা প্ৰতিষ্ঠানটোৰ নামৰ হিন্দী ৰূপটো মন কৰিবচোন।

Best wishes

প্ৰণৱ জ্যোতি ভূঞা (talk) 12:39, 10 July 2017 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

মই আমাৰ বিশ্ববিদ্যালয়(তেজপুৰ বিশ্ববিদ্যালয়)ৰ নেন'ৰ লেবৰেটৰীতহে কোমল পদাৰ্থ লিখা দেখিছিলোঁ। তাতে প্ৰৱন্ধটোৰ বাংলা, হিন্দী একোতে নাই। গতিকে কথাটো বেছি নাভাবি সেইটোকে মনত পেলাই লিখি দিয়াৰ দৰে হৈছে। মই ভাবোঁ মৃদু পদাৰ্থ বেছি ভাল হ'ব, কোমল পদাৰ্থটো বেছি ঘৰুৱা হৈছে।

মই আপোনাতকৈ যথেষ্ট সৰু। আৰু মই লখিমপুৰৰে। আপোনাৰ কথা মই বিকাশ শৰ্মা ছাৰৰ দ্বাৰা গম পাইছিলোঁ। আগলৈও এনেদৰে শুধৰাই আৰু উৎসাহ জনাব বুলি আশা ৰাখিছোঁ।-----প্ৰাণকৃষ্ণ বৰগোহাঞিPrankrishnab (talk) 16:43, 10 July 2017 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

ধন্যবাদ। নিশ্চয়। ৱিকিত লাগি থাকিবা। এটা সময়ত ময়ো প্ৰায়ে নিয়মীয়াই আছিলো, এতিয়া একেবাৰে সময় নোপোৱা হ'লো। আকৌ ঘূৰি আহিবলে চেষ্টা কৰিম। প্ৰণৱ জ্যোতি ভূঞা (talk) 18:34, 10 July 2017 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

২০২১ চনৰ ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচনৰ বাবে মনোনয়ন আহ্বান[সম্পাদনা কৰক]

প্ৰিয় Prankrishnab,

২০২১ চনৰ বোৰ্ড অফ ট্ৰাষ্টীজৰ নিৰ্বাচন ৪ আগষ্টৰ পৰা ১৭ আগষ্টলৈ অনুষ্ঠিত হ'ব। খালি হোৱা আসনসমূহ পূৰণ কৰিবলৈ ৱিকি-সম্প্ৰদায়ৰ পৰা প্ৰাৰ্থীৰ প্ৰয়োজন।

ৱিকিমিডিয়া ফাউণ্ডেচন ব'ৰ্ড অৱ ট্ৰাষ্টীয়ে ৱিকিমিডিয়া ফাউণ্ডেচনৰ কাৰ্যকলাপৰ তত্ত্বাৱধান কৰে। ভোটৰ মাধ্যমেৰে ৱিকি-সম্প্ৰদায়ৰ পৰা নিৰ্বাচিত ট্ৰাষ্টী আৰু নিযুক্ত ট্ৰাষ্টীসকলক লৈ ট্ৰাষ্টী বোৰ্ড গঠন কৰা হয়। ট্ৰাষ্টীসকলৰ কাৰ্যকাল তিনি বছৰ। বিভিন্ন ৱিকি-সম্প্ৰদায়ে কমিউনিটি ট্ৰাষ্টীসকলক ভোট দিয়াৰ সুযোগ লাভ কৰিব। ইতিমধ্যে ৯ জুন ২০২১ তাৰিখৰ পৰা প্ৰাৰ্থীসকলৰ মনোনয়ন-পত্ৰ গ্ৰহণ কৰা হৈছে আৰু ই ২৯ জুন ২০২১ তাৰিখে সমাপ্ত হ’ব।

প্ৰাৰ্থীসকলৰ যোগ্যতা সম্পৰ্কে জানিবলৈ এই পৃষ্ঠাটো চাওক। সকলো প্ৰকল্প আৰু ৱিকি-সম্প্ৰদায়ৰ যোগ্য প্ৰাৰ্থীসকলক স্বাগতম জনোৱা হৈছে। যদি আপুনি এজন ভাল ট্ৰাষ্টী হ'ব পৰা কাৰোবাক জানে, তেওঁলোকক নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ উৎসাহিত কৰক। মনোনয়ন দাখিল কৰাৰ লিংক ইয়াতে পাব।

নিৰ্বাচন কমিটিৰ হৈ,
বাবুল বৈশ্য 08:29, 12 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

2021 Wikimedia Foundation Board elections: Eligibility requirements for voters[সম্পাদনা কৰক]

Greetings,

The eligibility requirements for voters to participate in the 2021 Board of Trustees elections have been published. You can check the requirements on this page.

You can also verify your eligibility using the AccountEligiblity tool.

MediaWiki message delivery (বাৰ্তা) 16:27, 30 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Note: You are receiving this message as part of outreach efforts to create awareness among the voters.