বাৰ্তা:আমি অসমীয়া

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

নিৰপেক্ষতা বজাই ৰখাৰ স্বাৰ্থত প্ৰবন্ধটোৰ কিছু অংশ বাদ দিয়া হৈছে। কৰ্মদলৰ সম্পূৰ্ণ তালিকা দিব লাগেনে নালাগে সেই বিষয়ে অলপ খোকোজা আছে। — গীতাৰ্থ বৰদলৈ (talk) 17:44, 5 ডিচেম্বৰ 2013 (UTC)

কৰ্মদলৰ তালিকা দিয়াৰ প্ৰয়োজন মইও দেখা নাই। প্রভাকৰ শৰ্মা নেওগ (talk) 17:41, 12 নৱেম্বৰ 2014 (UTC)