বাৰ্তা:আলি আঃয়ে লৃগাং

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা


নামাকৰণ[সম্পাদনা কৰক]

আলি আ'য়ে লী'গাং নামটো সঠিক যেন লগা নাই| বিশেষকৈ লী’গাং শব্দত লীৰ পিছত ক’মা টোৰ প্ৰয়োজন নাই|আলোচনা কৰিব|  বিষ্ণু শ‍ইকীয়াবাৰ্তা

আলোচনা কৰিবলৈ কোবো আগবাঢ়ি নাহে কিয়?  বিষ্ণু শ‍ইকীয়াবাৰ্তা 16:38, 20 এপ্ৰিল 2012 (UTC)
"লী'গাং" বানানটো ক'তো দেখা নাই দেই! — গীতাৰ্থ বৰদলৈ (talk)
ব্যাকৰণৰ ভালৰ পৰা চালেও লী’ৰ পিঠিত কমা নবহে|  বিষ্ণু শ‍ইকীয়াবাৰ্তা

আলোচনা ইমানতে সমাপ্ত হ’ল বুলি ধৰা হ’ল| নামটো সৰ্বসাধাৰণে ব্যৱহাৰ কৰা "আলি আঃয়ে লৃগাং" নামলৈ লৈ যোৱা হ’ব| বিষ্ণু বাৰ্তা 15:55, 15 মে' 2012 (UTC)

আলি: আয়ে: লৃগাং[সম্পাদনা কৰক]

আলি আয়ে লৃগাং হব লাগে