বাৰ্তা:আহোম স্বৰ্গদেউসকলৰ নাম তালিকা
বিষয় যোগ কৰকঅৱয়ব
Latest comment: 10 মাহ পূৰ্বে by KhiLanTzi in topic নাম
নাম
[সম্পাদনা কৰক]ইয়াত আহোম নাম, ৱিকিউৎসত ব্যৱহৃত নাম বুলি উল্লেখ কৰা দেখিলোঁ। আহোম আৰু ৱিকিউৎসত ব্যৱহৃত নাম বেলেগ বেলেগ নেকি? নে নাম একেই বানান বা লিপি বেলেগ? যদি নাম একেই তেন্তে আহোম লিপিৰ বানান আৰু ৱিকিউৎসত ব্যৱহৃত বানান বুলিহে দিয়া উচিত বুলি ভাৱো। Nayan j Nath (বাৰ্তা) 18:34, 2 October 2024 (ইউ.টি.চি.)
- @Nayan j Nath সন্মত, অসমীয়া লিপিত সুৰীয়া আহোম নাম শুদ্ধকৈ লিখাটো প্ৰায় অসম্ভৱ! আহোম নামবোৰত Audio আৰু Standard Latin ৰূপ ব্যৱহাৰ কৰা উচিত। অসমীয়া ৎসত যি আছে তাকে লিখিব লাগে যেতিয়া লৈকে কোনো মান্য অসমীয়া ৰূপ ত লিখা উপায় োৱা নাযায়। KHI-LAN-TZI 14:18, 9 March 2025 (ইউ.টি.চি.)