বাৰ্তা:ইটাগুৰীয়া হাইঠা

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

শেহতীয়াকৈ ইয়াৰ উপ-প্ৰজাতি Ashy-headed Green-Pigeon ক পৃথক প্ৰজাতি কৰা হৈছে ৷ আৰু সেইমতে চালে এইবিধ হাইঠা চৰাই (Pompadour green pigeon ) অসমত পোৱা নাযায় , গতিকে ইয়াৰ অসমীয়া নামটো উত্তৰ পূবত পোৱা Ashy-headed Green-Pigeon ৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ’ব ৷ প্ৰবন্ধটো একে ৰাখি ইংৰাজী নামটো দি দিলে ভাল হ’ব নেকি?অসমত পোৱা চৰাইৰ তালিকাৰ পৰাও এইবিধ হয় আঁতৰাব লাগিব, নহ’লে ইটাগুৰীয়া হাইঠা নামেৰেই Ashy-headed Green-Pigeon ৰ বিষয়ে প্ৰবন্ধ এটা সৃষ্টি কৰিব লাগিব ৷ - জলি বৰা (talk) 09:36, 14 August 2015 (UTC)