বাৰ্তা:ইটাগুৰীয়া হাইঠা
অৱয়ব
শেহতীয়াকৈ ইয়াৰ উপ-প্ৰজাতি Ashy-headed Green-Pigeon ক পৃথক প্ৰজাতি কৰা হৈছে ৷ আৰু সেইমতে চালে এইবিধ হাইঠা চৰাই (Pompadour green pigeon ) অসমত পোৱা নাযায় , গতিকে ইয়াৰ অসমীয়া নামটো উত্তৰ পূবত পোৱা Ashy-headed Green-Pigeon ৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ’ব ৷ প্ৰবন্ধটো একে ৰাখি ইংৰাজী নামটো দি দিলে ভাল হ’ব নেকি?অসমত পোৱা চৰাইৰ তালিকাৰ পৰাও এইবিধ হয় আঁতৰাব লাগিব, নহ’লে ইটাগুৰীয়া হাইঠা নামেৰেই Ashy-headed Green-Pigeon ৰ বিষয়ে প্ৰবন্ধ এটা সৃষ্টি কৰিব লাগিব ৷ - জলি বৰা (talk) 09:36, 14 August 2015 (UTC)
ইটাগুৰীয়া হাইঠাৰ বিষয়ে এক আলোচনা আৰম্ভ কৰক
আলোচনা পৃষ্ঠাখন হৈছে য'ত সদস্যসকলে অসমীয়া ৱিকিপিডিয়াৰ বিষয়বস্তু কেনেকৈ সৰ্বোত্তম কৰি তুলিব সেই বিষয়ে আলোচনা কৰে। আপুনি এই পৃষ্ঠাখন ইটাগুৰীয়া হাইঠাক কেনেকৈ উন্নত কৰিব পাৰি তাৰ বিষয়ে আনৰ সৈতে আলোচনা আৰম্ভ কৰিবলে ব্যৱহাৰ কৰিব পাৰে।