বাৰ্তা:এছিয়াৰ ৰেঘা থকা ফেঁচা

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

ৰেঘা শব্দটো বোধহয় ৰেখা হ'ব লাগে। ‘এছিয়াৰ ৰেখা থকা ফেঁচা’ এই নামটোও আক্ষৰিক অনুবাদ নহৈ এছিয়াৰ ৰঙচুৱা ফেঁচা বা এছিয়ান ৰঙা-মুগা ফেঁচা- এনেধৰণৰ হোৱা হ'লে শুনিবলৈ বা পঢ়িবলৈ শুৱলা হ'লহেঁতেন। JyotiPN (বাৰ্তা) 17:19, 26 May 2022 (ইউ.টি.চি.)JyotiPN[উত্তৰ দিয়ক]