বাৰ্তা:কলকাতা ডাৰ্বি

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

কোনোবাই এই পৃষ্ঠাখনৰো ইনফ'বক্সটোত অলপ চকু ফুৰাই দিবছোন, সেইটো লাগিলেহে পৃষ্ঠাখন ভাল লগা হ'ব।Ombre shadow (talk) 07:15, 5 ছেপ্টেম্বৰ 2012 (UTC)

অলপ কৰি দিলো চাব, All time Series : সৰ্ব কালৰ শৃংখলা লিখিলো (অলপ সন্দেহ আছে) দীপাংকৰ চেতিয়া বাৰ্তা 11:07, 5 ছেপ্টেম্বৰ 2012 (UTC)

ধন্যবাদ। ঠিকেই আছে সেইটো, ময়ো বিশেষ বেলেগ শব্দ ভাবি উলিয়াব পৰা নাই, থাকিব দিয়ক তেনেকৈয়ে। ইষ্ট বেংগল পৃষ্ঠাখনতো ইনফ'বক্সটোৰ ছবিখন মই ঠিক কৰিবগৈ নোৱাৰিলো, অলপ চাই দিবছোন।Ombre shadow (talk) 11:18, 5 ছেপ্টেম্বৰ 2012 (UTC)