সদস্য বাৰ্তা:Ombre shadow
নমস্কাৰ, Ombre shadow
অসমীয়া ৱিকিপিডিয়ালৈ আপোনাক আদৰণি জনাইছোঁ! আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। আশা কৰোঁ আপুনি সদায় আমাৰ লগত জড়িত হৈ থাকিব। নৱাগত সকলৰ বাবে তলত দিয়া পৃষ্ঠাকেইখন অতি উপযোগী, অনুগ্ৰহ কৰি পৃষ্ঠাকেইখন এবাৰ চকু ফুৰাই চাই যেন। ৱিকিপিডিয়াত সম্পাদনাৰ সহায়
আশা কৰোঁ ৱিকিপিডিয়াত সম্পাদনা কৰি আৰু এজন ৱিকিপিডিয়ান হোৱাটো উপভোগ কৰিব। ![]() ![]() |
![]() |
দীপাংকৰ চেতিয়া বাৰ্তা 04:09, 12 এপ্ৰিল 2012 (UTC)
ষ্টিলৱেল পথ[সম্পাদনা কৰক]
আপোনাৰ ষ্টিলৱেল পথ প্ৰবন্ধটি সুন্দৰ হৈছে, অসমীয়া ৱিকিপিডিয়ালৈ আপোনাক আদৰণি জনালো, লগতে বিহুল ওলগো জনালো দীপাংকৰ চেতিয়া বাৰ্তা 04:09, 12 এপ্ৰিল 2012 (UTC)
পদক[সম্পাদনা কৰক]
![]() |
প্ৰতিভাবান নবাগত লেখক পদক | |
ষ্টিলৱেল পথ শীৰ্ষক প্ৰবন্ধটো চকু ফুৰোৱাৰ পিছত একো সন্দেহৰ অৱকাশ নাই যে আপুনি এই বটাৰ বাবে ১০০%ই যোগ্য। আপোনাৰ এই অৱদানৰ প্ৰতিদান স্বৰূপে এই পদক যাচিলো, আশাকৰো আপুনি এনেদৰেই অসমীয়া ৱিকিপিডিয়াৰ সৈতে জড়িত হৈ থাকি অৱদান আগবঢ়াই যাব। বিষ্ণু শইকীয়াবাৰ্তা 11:05, 12 এপ্ৰিল 2012 (UTC) |
- প্রবন্ধটো সঁচাকৈয়ে খুব সুন্দৰ হৈছে। বিষ্ণুৰ লগত মই একমত। লিখকৰ পৰা আৰু অৱদান কামনা কৰিলোঁ প্রভাকৰ শৰ্মা নেওগ (talk) 22:04, 23 মে' 2012 (UTC)
নামনি অসম[সম্পাদনা কৰক]
আপোনাৰ সহযোগিতাৰ বাবে ধন্যবাদ| কিন্তু বিলোপ কৰিলেও একো আপত্তি নাই কিয়নো আকৌ সৃষ্টি কৰিব পৰা যায়| তথাপি আপোনাৰ কথা মতে মই টেগটো আতঁৰাই দিছো| আপুনি এনে ক্ষেত্ৰত {{আপত্তি}} বুলি লিখি দিব পাৰে, আগলৈ বিষ্ণু শইকীয়াবাৰ্তা 13:04, 12 এপ্ৰিল 2012 (UTC)
- চাইছিলো, সুন্দৰ হৈছে কামটো| ছবিবোৰ যোগ দিবলৈ অসুবিধা নাই, সেই প্ৰবন্ধৰ ইংৰাজীখনত ভালেকেইখন ছবি আছে| তুমি তাৰে নামবোৰ প্ৰতিলিপি কৰি থায়ে থায়ে সুমিয়াদি দিবা| যেনে: [[Image: ......|thumb|right|caption]] , লগতে সহায়:ছবি খনো চাবাচোন| বিষ্ণু শইকীয়াবাৰ্তা 09:08, 16 এপ্ৰিল 2012 (UTC)
- ভাল বাৰু| লাগি থাকিবা| দৰকাৰ পৰিলে মনত পেলাবা আকৌ| বিষ্ণু শইকীয়াবাৰ্তা 09:30, 16 এপ্ৰিল 2012 (UTC)
| আৰু ।[সম্পাদনা কৰক]
দীঘল দাৰিবোৰ ছুটি কৰাৰ বাবে ৱিকিপিডিয়াৰ এটা বট আছে| গতিকে এই দাৰিবোৰ মেনুৱেলী নকৰিলেও কাম চলে| আপুনি নাজানিব পাৰে বুলি ভাবি আপোনাক জনাই থলো| Ucodebot -এ এই কামটো কৰে| বিষ্ণু বাৰ্তা 13:10, 22 মে' 2012 (UTC)
ধন্যবাদ, বিষ্ণু দা। মই নাজানিছিলো কথাতো। চাওঁ ৰ’ব। Ombre shadow (talk) 13:15, 22 মে' 2012 (UTC)
The Resilient Barnstar[সম্পাদনা কৰক]
![]() |
ৱিকি উদ্যোগীৰ পদক | |
ৱিকিপিডিয়াত আপোনাৰ উদ্যম দেখি ভাল লাগিছে। অনুগ্রহ কৰি আগলৈকো যেন এনেদৰে হাতে কামে লাগি থাকে। প্রভাকৰ শৰ্মা নেওগ (talk) 10:56, 1 ছেপ্টেম্বৰ 2012 (UTC) |