সমললৈ যাওক

বাৰ্তা:কাৰ্ত্তিক পূৰ্ণিমা

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা
Latest comment: 4 বছৰৰ পূৰ্বে by অজয় দাস in topic নাম

নাম

[সম্পাদনা কৰক]

কাতিৰ সলনি কেৱল কাৰ্তিক কৰা ভাল। অসমীয়া কাতি মাহ আৰু হিন্দু দিনপঞ্জীৰ কাৰ্তিক মাহ সমতুল্য হলেও একে নহয়। সাধাৰণতে কাৰ্তিক পূৰ্ণিমা অসমীয়া আঘোণ মাহত হে পৰে।- অজয়  কথা-বতৰা 14:40, 5 December 2020 (ইউ.টি.চি.)উত্তৰ দিয়ক