বাৰ্তা:কুছ তো লোগ কহেংগে

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

কোনোৱে আৰু তথ্যৰ য়োগান ধৰিব পাৰিব নেকি, এই বিষয়ৰ উপৰত ? [শ্ৰী মাধৱ শইকীয়া--Madhab Saikia] 16:11, 4 ফেব্ৰুৱাৰী 2012 (UTC)

আচলতে kahenge-ৰ অসমীয়া লিপ্যান্তৰ কহেঙ্গে/কহেংগে হে হ'ব লাগে নেকি? কহেঙ্গেই কেনেকৈ হ'ব? প্ৰণৱ

লগতে toh-ৰ লিপ্যান্তৰ তো বেছি খাপ খাব নেকি? প্ৰণৱ

ময়ো কথাটো চিন্তা কৰিছো । Redirect কৰি দিলে ভাল হয় । [শ্ৰী মাধৱ শইকীয়া--Madhab Saikia] 11:09, 5 ফেব্ৰুৱাৰী 2012 (UTC)

শিৰোনামটো "কুছ ত' ল'গ কহেংগে" দিলেহে উচ্চাৰণৰ লগত খাপ খাব। — গীতাৰ্থ বৰদলৈ (talk) 07:13, 30 অক্টোবৰ 2012 (UTC)