সমললৈ যাওক

বাৰ্তা:কেশদা মহন্ত

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা
Latest comment: 7 বছৰৰ পূৰ্বে by Gitartha.bordoloi in topic ছবি

ভাল খবৰ

[সম্পাদনা কৰক]

মই কেশদা মহন্ত বাইদেউৰ জী সুবাসনা মহন্ত বাইদেউক ধৰি এই প্ৰবন্ধটো অলপ লিখোৱাইছোঁ। কিবা অতিৰিক্ত তথ্য থাকিলে মই তেখেতক এই আলোচনা পৃষ্ঠাতে তুলি থ'বলৈ কৈছোঁ, অন্য সম্পাদকসকলে প্ৰয়োজন পৰিলে তেখেতক সহায় কৰে যেন।

Psneog (talk) 00:24, 5 December 2017 (ইউ.টি.চি.)উত্তৰ দিয়ক

ছবি

[সম্পাদনা কৰক]

কাৰোবাৰ হাতত কেশদা মহন্তৰ বাইদেউৰ নিজে তোলা/কপিৰাইট বিহীন ছবি থাকিলে ৱিকিমিডিয়া কমন্সত আপল'ড কৰিবলৈ অনুৰোধ জনালোঁ। — গীতাৰ্থ বৰদলৈ (talk) 10:11, 27 March 2018 (ইউ.টি.চি.)উত্তৰ দিয়ক