বাৰ্তা:ক্ষেত্ৰফল

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

ক্ষেত্ৰফল (Area) হৈছে এক ভৌত পৰিমাপ যিটো কোনো তলৰ বা তলৰ অংশবিশেষৰ আকাৰ বুজাবলৈ ব্যৱহাৰ কৰা হয়।

তলৰ ক্ষেত্ৰফল হৈছে কোনো বস্তুৰ উম্মুক্ত তলৰ ক্ষেত্ৰফল।

একক[সম্পাদনা কৰক]

ক্ষেত্ৰফলৰ কাৰণে সাধাৰণতে বেচিভাগ দেশতে মেট্ৰিক পদ্ধতি ব্যবহাৰ কৰা হয় যদিও স্থানবিশেষে অন্যান্য পদ্ধতিও ব্যবহাৰ কৰা হয়।

মেট্ৰিক পদ্ধতি

Imperial System

মাটিকালিৰ বাবে ওপৰৰ MKS/SI বা FPS বা CGS পদ্ধতিৰ বাহিৰেও চেণ্টিআৰ, ডেচিআৰ, আৰ, ডেকাআৰ আৰু হেক্টাৰ ব্যবহাৰ কৰে:

  • ১ চেণ্টিআৰ = ১ বৰ্গমিটাৰ
  • ১ ডেচিআৰ = ১০ চেণ্টিআৰ
  • ১ আৰ = ১০ ডেচিআৰ = ১০০ চেণ্টিআৰ
  • ১ ডেকাআৰ = ১০ আৰ = ১০০ ডেচিআৰ = ১০০০ চেণ্টিআৰ


Metric and Imperial/US Customary Comparisons
Units Symbol Metric Equivalents Imperial/US Customary Equivalents
centiare ca 1 m2 0.01 a 1.19599 sq  yd
are a 100 ca 100 m2 0.01 ha 3.95369 perches
decare daa 10 a 1,000 m2 0.1 ha 0.98842 roods
hectare ha 100 a 10,000 m2 0.01  km2 2.47105 acres
square kilometre km2 100 ha 1,000,000 m2 0.38610 sq  mi

The most commonly used units are in bold.

One hectare is also equivalent to:

উপকাৰী সূত্ৰ[সম্পাদনা কৰক]

ক্ষেত্ৰফলৰ সাধাৰণ সমীকৰণ:
আকাৰ সমীকৰণ চলক
বৰ্গ হৈছে বৰ্গৰ এটা বাহুৰ দৈৰ্ঘ্য
নিয়মিত ষড়ভুজ হৈছে হেক্সাগনৰ এটা প্ৰান্তৰ দৈৰ্ঘ্য
নিয়মিত অষ্টভুজ হৈছে অষ্টভুজৰ এটা বাহুৰ দৈৰ্ঘ্য
নিখুঁত ষড়ভুজ হৈছে এটা বাহুৰ প্ৰস্থ, য’ত সকলো বাহুৰ দৈৰ্ঘ্য সমান
নিখুঁত অষ্টভুজ হৈছে এটা বাহুৰ প্ৰস্থ, য’ত সকলো বাহুৰ দৈৰ্ঘ্য সমান
যিকোনো নিয়মিত বহুভুজ হৈছে বহুভুজৰ একটি অন্তস্থ বৃত্তৰ ব্যাসাৰ্ধ আৰু হৈছে বহুভুজৰ পৰিসীমা
যিকোনো নিয়মিত বহুভুজ হৈছে পৰিসীমা আৰু হৈছে বাহুৰ সংখ্যা
যিকোনো নিয়মিত বহুভুজ হৈছে পৰিসীমা আৰু হৈছে বাহুৰ সংখ্যা
আয়তক্ষেত্ৰ হৈছে চতুৰ্ভুজৰ ওচৰাওচৰি দুটি বাহুৰ দৈৰ্ঘ্য (দৈৰ্ঘ্য আৰু প্ৰস্থ)
সামান্তৰিক (সাধাৰণ) হৈছে যথাক্ৰমে ভূমিৰ দৈৰ্ঘ্য আৰু ভূমিৰ ওপৰৰ দীঘল সমান উচ্চতা
ৰম্বস হৈছে ৰম্বসৰ ই কৰ্ণৰ দৈৰ্ঘ্য
ত্ৰিভুজ হৈছে যথাক্ৰমে ত্ৰিভুজৰ ভূমি আৰু উচ্চতা
চাকতি* বা বৃত্ত হৈছে ব্যাসাৰ্ধ
বৃত্ত, বৃত্তাকাৰ ক্ষেত্ৰফল , or হৈছে ব্যাসাৰ্ধ আৰু হৈছে ব্যাস.
ট্ৰেপিজিয়াম হৈছে সমান্তৰাল বাহুদ্বয়ৰ দৈৰ্ঘ্য আৰু সমান্তৰাল ৰেখাদ্বয়ৰ লম্বদূৰত্ব বা উচ্চতা
ছিলিণ্ডাৰৰ তলৰ মুঠ ক্ষেত্ৰফল হৈছে যথাক্ৰমে ব্যাসাৰ্ধ আৰু উচ্চতা
ছিলিণ্ডাৰৰ বক্ৰতলৰ ক্ষেত্ৰফল হৈছে যথাক্ৰমে ব্যাসাৰ্ধ আৰু উচ্চতা
কোণকৰ তলৰ মুঠ ক্ষেত্ৰফল হৈছে যথাক্ৰমে ব্যাসাৰ্ধ আৰু উচ্চতা
কোণকৰ বক্ৰতলৰ ক্ষেত্ৰফল হৈছে যথাক্ৰমে ব্যাসাৰ্ধ আৰু উচ্চতা
বৃত্তাকাৰ চাকতি হৈছে যথাক্ৰমে ব্যাসাৰ্ধ আৰু কোণ (ৰেডিয়ানত)
বৰ্গ আৰু বৃত্তাকাৰ ক্ষেত্ৰ পৰিবৰ্তন হৈছে বৰ্গ এককে বৰ্গৰ ক্ষেত্ৰফল
বৃত্তাকাৰ পৰাবৰ্গক্ষেত্ৰলৈ পৰিবৰ্তন হৈছে বৃত্তৰ ক্ষেত্ৰফল


আৰু চাওক[সম্পাদনা কৰক]

বহিঃসংযোগ[সম্পাদনা কৰক]


af:Oppervlakte als:Fläche ar:مساحة arc:ܫܛܝܚܘܬܐ ast:Superficie be:Плошча bg:Площ ca:Àrea cs:Povrch cy:Arwynebedd da:Areal de:Fläche (Topologie) el:Έκταση en:Area eo:Areo es:Superficie et:Pindala eu:Azalera fa:مساحت fi:Pinta-ala fo:Vídd fr:Superficie gu:ક્ષેત્રફળ he:שטח (מתמטיקה) hr:Površina hu:Terület ia:Superficie id:Luas ilo:Kalawa io:Areo is:Flatarmál it:Area ja:面積 ka:ფართობი ko:면적 la:Area lb:Fläch li:Oppervlak lt:Plotas lv:Platība mg:Velarantany mk:Плоштина ms:Keluasan nl:Oppervlakte nn:Flatevidd no:Areal pl:Powierzchnia pt:Área ro:Suprafaţă ru:Площадь sco:Area simple:Area sv:Ytmått ta:பரப்பளவு th:พื้นที่ tr:Alan uk:Площа vi:Diện tích yi:געגנט zh:面积 zh-min-nan:Biān-chek zh-yue:面積

  1. "Chinese Measurements – Units of Area". On-line Chinese Tools. http://www.mandarintools.com/measures.html। আহৰণ কৰা হৈছে: 2010-12-24. 
  2. "Thailand Property Conversion". Siam Legal (Thailand) Co., Ltd. http://www.siam-legal.com/realestate/thailand-convert-rai.php। আহৰণ কৰা হৈছে: 2010-12-24.