বাৰ্তা:ক্ষেত্ৰফল
ক্ষেত্ৰফল (Area) হৈছে এক ভৌত পৰিমাপ যিটো কোনো তলৰ বা তলৰ অংশবিশেষৰ আকাৰ বুজাবলৈ ব্যৱহাৰ কৰা হয়।
তলৰ ক্ষেত্ৰফল হৈছে কোনো বস্তুৰ উম্মুক্ত তলৰ ক্ষেত্ৰফল।
একক
[সম্পাদনা কৰক]ক্ষেত্ৰফলৰ কাৰণে সাধাৰণতে বেচিভাগ দেশতে মেট্ৰিক পদ্ধতি ব্যবহাৰ কৰা হয় যদিও স্থানবিশেষে অন্যান্য পদ্ধতিও ব্যবহাৰ কৰা হয়।
- মিটাৰ কিলোগ্ৰাম চেকেণ্ড (MKS বা SI) পদ্দ্ধতিত: বৰ্গমিটাৰ
- চেণ্টিমিটাৰ-গ্ৰাম-চেকেণ্ড (CGS) পদ্ধতিত: বৰ্গ চেণ্টিমিটাৰ
- ফুট পাউণ্ড চেকেণ্ড (FPS) পদ্ধতিত: বৰ্গফুট
মাটিকালিৰ বাবে ওপৰৰ MKS/SI বা FPS বা CGS পদ্ধতিৰ বাহিৰেও চেণ্টিআৰ, ডেচিআৰ, আৰ, ডেকাআৰ আৰু হেক্টাৰ ব্যবহাৰ কৰে:
- ১ চেণ্টিআৰ = ১ বৰ্গমিটাৰ
- ১ ডেচিআৰ = ১০ চেণ্টিআৰ
- ১ আৰ = ১০ ডেচিআৰ = ১০০ চেণ্টিআৰ
- ১ ডেকাআৰ = ১০ আৰ = ১০০ ডেচিআৰ = ১০০০ চেণ্টিআৰ
Conversions
[সম্পাদনা কৰক]Metric and Imperial/US Customary Comparisons | |||||
Units | Symbol | Metric Equivalents | Imperial/US Customary Equivalents | ||
centiare | ca | 1 m2 | 0.01 a | 1.19599 sq yd | |
are | a | 100 ca | 100 m2 | 0.01 ha | 3.95369 perches |
decare | daa | 10 a | 1,000 m2 | 0.1 ha | 0.98842 roods |
hectare | ha | 100 a | 10,000 m2 | 0.01 km2 | 2.47105 acres |
square kilometre | km2 | 100 ha | 1,000,000 m2 | 0.38610 sq mi |
The most commonly used units are in bold.
One hectare is also equivalent to:
- 2.4710439 U.S. survey acres
- 15 mǔ or 0.15 qǐng[1]
- 10 dunam or dönüm (Middle East)
- 10 stremmata (Greece)
- 6.25 rai (Thai)[2]
- ≈ 1.008 chō (Japanese)
উপকাৰী সূত্ৰ
[সম্পাদনা কৰক]আকাৰ | সমীকৰণ | চলক |
---|---|---|
বৰ্গ | হৈছে বৰ্গৰ এটা বাহুৰ দৈৰ্ঘ্য | |
নিয়মিত ষড়ভুজ | হৈছে হেক্সাগনৰ এটা প্ৰান্তৰ দৈৰ্ঘ্য | |
নিয়মিত অষ্টভুজ | হৈছে অষ্টভুজৰ এটা বাহুৰ দৈৰ্ঘ্য | |
নিখুঁত ষড়ভুজ | হৈছে এটা বাহুৰ প্ৰস্থ, য’ত সকলো বাহুৰ দৈৰ্ঘ্য সমান | |
নিখুঁত অষ্টভুজ | হৈছে এটা বাহুৰ প্ৰস্থ, য’ত সকলো বাহুৰ দৈৰ্ঘ্য সমান | |
যিকোনো নিয়মিত বহুভুজ | হৈছে বহুভুজৰ একটি অন্তস্থ বৃত্তৰ ব্যাসাৰ্ধ আৰু হৈছে বহুভুজৰ পৰিসীমা | |
যিকোনো নিয়মিত বহুভুজ | হৈছে পৰিসীমা আৰু হৈছে বাহুৰ সংখ্যা | |
যিকোনো নিয়মিত বহুভুজ | হৈছে পৰিসীমা আৰু হৈছে বাহুৰ সংখ্যা | |
আয়তক্ষেত্ৰ | ও হৈছে চতুৰ্ভুজৰ ওচৰাওচৰি দুটি বাহুৰ দৈৰ্ঘ্য (দৈৰ্ঘ্য আৰু প্ৰস্থ) | |
সামান্তৰিক (সাধাৰণ) | ও হৈছে যথাক্ৰমে ভূমিৰ দৈৰ্ঘ্য আৰু ভূমিৰ ওপৰৰ দীঘল সমান উচ্চতা | |
ৰম্বস | ও হৈছে ৰম্বসৰ ই কৰ্ণৰ দৈৰ্ঘ্য | |
ত্ৰিভুজ | ও হৈছে যথাক্ৰমে ত্ৰিভুজৰ ভূমি আৰু উচ্চতা | |
চাকতি* বা বৃত্ত | হৈছে ব্যাসাৰ্ধ | |
বৃত্ত, বৃত্তাকাৰ ক্ষেত্ৰফল | , or | হৈছে ব্যাসাৰ্ধ আৰু হৈছে ব্যাস. |
ট্ৰেপিজিয়াম | হৈছে সমান্তৰাল বাহুদ্বয়ৰ দৈৰ্ঘ্য আৰু সমান্তৰাল ৰেখাদ্বয়ৰ লম্বদূৰত্ব বা উচ্চতা | |
ছিলিণ্ডাৰৰ তলৰ মুঠ ক্ষেত্ৰফল | ও হৈছে যথাক্ৰমে ব্যাসাৰ্ধ আৰু উচ্চতা | |
ছিলিণ্ডাৰৰ বক্ৰতলৰ ক্ষেত্ৰফল | ও হৈছে যথাক্ৰমে ব্যাসাৰ্ধ আৰু উচ্চতা | |
কোণকৰ তলৰ মুঠ ক্ষেত্ৰফল | ও হৈছে যথাক্ৰমে ব্যাসাৰ্ধ আৰু উচ্চতা | |
কোণকৰ বক্ৰতলৰ ক্ষেত্ৰফল | ও হৈছে যথাক্ৰমে ব্যাসাৰ্ধ আৰু উচ্চতা | |
বৃত্তাকাৰ চাকতি | ও হৈছে যথাক্ৰমে ব্যাসাৰ্ধ আৰু কোণ (ৰেডিয়ানত) | |
বৰ্গ আৰু বৃত্তাকাৰ ক্ষেত্ৰ পৰিবৰ্তন | হৈছে বৰ্গ এককে বৰ্গৰ ক্ষেত্ৰফল | |
বৃত্তাকাৰ পৰাবৰ্গক্ষেত্ৰলৈ পৰিবৰ্তন | হৈছে বৃত্তৰ ক্ষেত্ৰফল |
আৰু চাওক
[সম্পাদনা কৰক]বহিঃসংযোগ
[সম্পাদনা কৰক]মুক্ত অভিধান ৱিক্সনেৰীত Area শব্দৰ অৰ্থ চাওক। |
af:Oppervlakte als:Fläche ar:مساحة arc:ܫܛܝܚܘܬܐ ast:Superficie be:Плошча bg:Площ ca:Àrea cs:Povrch cy:Arwynebedd da:Areal de:Fläche (Topologie) el:Έκταση en:Area eo:Areo es:Superficie et:Pindala eu:Azalera fa:مساحت fi:Pinta-ala fo:Vídd fr:Superficie gu:ક્ષેત્રફળ he:שטח (מתמטיקה) hr:Površina hu:Terület ia:Superficie id:Luas ilo:Kalawa io:Areo is:Flatarmál it:Area ja:面積 ka:ფართობი ko:면적 la:Area lb:Fläch li:Oppervlak lt:Plotas lv:Platība mg:Velarantany mk:Плоштина ms:Keluasan nl:Oppervlakte nn:Flatevidd no:Areal pl:Powierzchnia pt:Área ro:Suprafaţă ru:Площадь sco:Area simple:Area sv:Ytmått ta:பரப்பளவு th:พื้นที่ tr:Alan uk:Площа vi:Diện tích yi:געגנט zh:面积 zh-min-nan:Biān-chek zh-yue:面積
- ↑ "Chinese Measurements – Units of Area". On-line Chinese Tools. http://www.mandarintools.com/measures.html। আহৰণ কৰা হৈছে: 2010-12-24.
- ↑ "Thailand Property Conversion". Siam Legal (Thailand) Co., Ltd. http://www.siam-legal.com/realestate/thailand-convert-rai.php। আহৰণ কৰা হৈছে: 2010-12-24.