বাৰ্তা:গতি

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

চলনৰ পৰিৱৰ্তে 'গতি' শব্দটো ব্যৱহাৰ কৰাই বেছি ভাল হ'লহেঁতেন নেকি? Motion ৰ অৰ্থ বুলিলে 'গতি' শব্দটোকে বেছি উপযুক্ত যেন লাগে । আমিও স্কুলত 'গতি' বুলিয়ে পঢ়ি আহিছিলোঁ ।

সমৰ্থন। "গতি"য়েই ভাল হ'ব। — গীতাৰ্থ বৰদলৈ (talk) 06:06, 17 মে' 2019 (ইউ.টি.চি.)

ধন্যবাদ গীতাৰ্থ দা । সলনি কৰি দিওঁ তেনেহ'লে - Priyankush Deka 11:41, 17 মে' 2019 (ইউ.টি.চি.)