সমললৈ যাওক

বাৰ্তা:গমধৰ কোঁৱৰ

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা

গমধৰ নে গোমধৰ? — গীতাৰ্থ বৰদলৈ (talk) 18:34, 19 জানুৱাৰী 2013 (UTC)

গমধৰ কোঁৱৰ
জন্ম ১৯ শতিকা
মৃত্যু ১৯ শতিকা

গমধৰ কোঁৱৰ(১৯ শতিকা)ৰ পিতৃ আছিল আহোম ৰাজপৰিয়ালৰ ফেনা কোঁৱৰ। ইংৰাজে অসম অধিকাৰ কৰাৰ সময়ত বহুতো আহোম বিষয়াই বিক্ষুব্ধ হৈ গমধৰ কোঁৱৰক ৰজা পাতিছিল। এওঁৰ অধীনতেই বৃটিছক খেদাৰ যড়যন্ত্ৰ কৰা হৈছিল। কিন্তু ইংৰাজসকলে এই ষড়যন্ত্ৰ অতি সহজেই মষিমূৰ কৰি পেলাইছিল। ফলস্বৰূপে গমধৰ কোঁৱৰে যোৰহাটত ধৰা দিয়ে। সেই সময়তে মণিৰাম দেৱান আদিয়ে পঞ্চায়ত সভা পাতি গমধৰ কোঁৱৰক দোষী সাব্যস্ত কৰে আৰু দণ্ড হিচাপে মৃত্যুদণ্ড বিহে। কিন্তু ইংৰাজ শাসনাধিপতিহে তেওঁৰ দণ্ড কমাই যোৰহাটৰ ফাটেকত ৰাখে। গমধৰ কোঁৱৰে ফাটেকৰ পৰা পলাই ঘূৰি ফুৰোতে পুনৰ ধৰা পৰে আৰু চৈধ্য বছৰ কাৰাবাস খাটিবলগা হয়[1]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী. পৃ: ৬৯