বাৰ্তা:গাৰামদেউ

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

ঠাইখনৰ নামৰ শুদ্ধ বানানটো প্ৰবন্ধটোত স্পষ্ট হোৱা নাই। তাৰোপৰি ইয়াত ইংৰাজী সংখ্যাসমূহ অসমীয়াত লিখাৰ প্ৰয়োজন। -Chandan Chiring Phukon Chat 14:06, 12 December 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]