বাৰ্তা:গিৰিজানন্দ চৌধুৰী ব্যৱস্থাপনা আৰু প্ৰযুক্তি প্ৰতিষ্ঠান, তেজপুৰ

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

ৱিকিফাই[সম্পাদনা কৰক]

গিৰিজানন্দ চৌধুৰী ব্যৱস্থাপনা আৰু প্ৰযুক্তি প্ৰতিষ্ঠান, তেজপুৰ আৰু জি আই এম টি, তেজপুৰ(GIMT, Tezpur): বুলি দুটা প্ৰৱন্ধৰ সৃষ্টি কৰা হৈছিল। মই দুইটা মিলাই এটা কৰিলোঁ। বাকী ভিতৰৰ কথাখিনি ৱিকিৰ বাবে উপযুক্ত কৰি লিখাৰ প্ৰয়োজন আছে। প্ৰতিষ্ঠানৰ কোনো ব্যক্তিক প্ৰৱন্ধটিৰ লিখাখিনি সজাই-পৰাই দিবলৈ অনুৰোধ কৰিলোঁ। - Manjil Konwar (talk) 13:31, 4 মাৰ্চ 2015 (UTC)