বাৰ্তা:গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

নাম সলনি[সম্পাদনা কৰক]

পৃষ্ঠাৰ নামটো গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয় কৰাৰ প্ৰয়োজনীয়তা আছে বুলি ভাবো । কিয়নো এখন চিকিৎসা মহাবিদ্যালয়ৰ লগতে চিকিৎসালয় খনো সংলগ্ন হৈ থাকে। কেৱল মহাবিদ্যালয় বুলিলে পূৰ্ণতা লাভ নকৰেBaruahranuj 17:41, 10 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

@Baruah ranuj ৱিকিপিডিয়া:প্ৰচলিত নাম অনুসৰি অধিক প্ৰচলিত নাম গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় হে হ'ব লাগে। গৌহাটী চিকিৎসা মহাবিদ্যালয় আৰু গৌহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয় অনুবাদিত নামহে। আনকি আনুষ্ঠানিক ৱেবচাইট অনুসৰী আনুষ্ঠানিক নামো গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়KHI-LAN-TZI 03:16, 11 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
 কৰা হ'ল দিব্য দত্ত (বাৰ্তা) 04:33, 11 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ বিভিন্ন নাম ফলকত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয় লিখা আছে। মহাবিদ্যালয় আৰু চিকিৎসালয় বুলি লিখা হোৱা নাই। Baruahranuj 04:43, 11 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@Baruah ranuj উৎস প্ৰদান কৰিব। ফলক সমুহ ৱিকিপিডিয়া:নিৰ্ভৰযোগ্য উৎস নহয়। আনুষ্ঠানিক ৱেবচাইট এটা নিৰ্ভৰযোগ্য উৎস। আৰু তাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় পোৱা গৈছে। KHI-LAN-TZI 10:02, 11 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@Baruah ranuj আৰু @KhiLanTzi, দুয়োজনে আলোচনা কৰি কোনটো শিৰোনাম সঠিক হ’ব সেইটো সিদ্ধান্ত ল’ব। চিকিৎসালয়খনৰ ৱেবছাইটত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় আছে আৰু ফলকত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয় লিখা আছে। দিব্য দত্ত (বাৰ্তা) 11:42, 11 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
উপাই নাই 😂, নিয়ম মানি চলি ৱিকিপিডিয়া:প্ৰচলিত নাম অনুসৰি অধিক প্ৰচলিত আৰু চিকিৎসালয় ৰাখিবলৈ আহবান থাকিল। অইন চিকিৎসালয় সমূহতো আৰু চিকিৎসালয় এই অধিক ব্যৱহাৰ হৈছে। উদাহৰস্বৰূপে:- লক্ষীমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়, নলবাৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়, ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়। পাৰিলে বাকি কেইখনটো আৰু চিকিৎসালয় ৰাখি দিয়ক @দিব্য দত্তKHI-LAN-TZI 13:03, 11 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
যিহেতু মহাবিদ্যালয় খনৰ মই এজন ছাত্ৰ, documents, ফলক আদিত আৰু শব্দটি দেখা পোৱা নাই বাবে শব্দটোৰ প্ৰয়োজনীয়তা নাই বুলি ভাবোঁ । শিৰোনামত আৰু শব্দটো থাকিলেও একো অসুবিধা নাই। Baruahranuj 14:03, 11 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@Baruah ranuj বঢ়িয়া, এজন ছাত্ৰ হিচাপে আপুনি অন্তিম সিদ্ধান্ত লোৱা উচিত। লগতে ধন্যবাদ চিকিৎসালয় শব্দটো অসমৰ চিকিৎসা প্ৰতিষ্ঠান সমূহত লগোৱাৰ বিষয়টো উত্থাপন কৰা বাবে। KHI-LAN-TZI 15:11, 11 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@দিব্য দত্ত Baruahranuj 05:28, 13 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
 কৰা হ'ল দিব্য দত্ত (বাৰ্তা) 06:03, 13 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]