বাৰ্তা:গৰীয়া

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

তথ্যউৎস[সম্পাদনা কৰক]

@Tazninwiki:, তোমাক ধন্যবাদ জনাইছো এই বাবে যে তুমি প্ৰথমবাৰৰ বাবে অসমীয়া ৱিকিত এটা অতি গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত প্ৰবন্ধ লিখাৰ প্ৰয়াস কৰিছা। তোমাৰ ‘গৰীয়া’ শীৰ্ষক প্ৰবন্ধটোৰ শৈলীৰ ক্ষেত্ৰত কিছু পৰিবৰ্তন কৰা হৈছে। পৰিবৰ্তনখিনি মন কৰিবাচোন। ৱিকিপিডিয়াই সদায় তথ্যউৎসক বিশেষ গুৰুত্ব দিয়ে। কিন্তু তোমাৰ প্ৰবন্ধটোত কোনো তথ্যউৎস দিয়া নাই। তথ্যউৎস দিয়াৰ ক্ষেত্ৰত কিবা অসুবিধা পাইছা যদি আলোচনা পৃষ্ঠাতে জনাবা। সহায় কৰা হ’ব। অসমীয়া ৱিকি সমাজৰ হোৱাটচএপ গ্ৰুপতো কিবা অসুবিধা বা জানিব লগা থাকিলে নিসংকোচে সুধিব পাৰা। বাবুল বৈশ্য (বাৰ্তা) 04:24, 9 July 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]