বাৰ্তা:চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

ইং ৱিকিত থকা প্ৰবন্ধটো : http://en.wikipedia.org/wiki/C._Rajagopalachari

ব্যক্তিজনৰ নাম "চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী"হে হ'বলা ( http://en.wikipedia.org/wiki/C._Rajagopalachari )। ঘৰত থকা "ৰামায়ণ"খনতো এই নামটোৱেই আছে। — গীতাৰ্থ বৰদলৈ (talk) 07:09, 3 নৱেম্বৰ 2012 (UTC)

"চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী"য়েই হ’ব লাগে| এই নামলৈকে স্থানান্তৰ কৰি দিম, নিতুলদাক বাৰ্তা দিছো| ৰাজাগোপালাচাৰী অসমীয়াত কিছুমানে ৰাজাগোপালাচাৰ্য্য লিখে চাগে| আৰু কৰবাত পাইছিলো| বিষ্ণু শইকীয়া 15:03, 3 নৱেম্বৰ 2012 (UTC)