বাৰ্তা:চিত্ৰকুল আৰ্ট ইনষ্টিটিউট

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

চিত্ৰকুল আৰ্ট ইনষ্টিটিউটৰ বিষয়ে আমি কিয় জানিব লাগে? ই বিশ্বকোষ এখনত স্থান পোৱাৰ যোগ্যনে? এনেকুৱা কথাৰ লগতে তথ্যসূত্ৰৰ অভাৱ আৰু প্ৰচাৰধৰ্মীতাৰ বাবে এজন সম্পাদকে এই পৃষ্ঠাখনত বিলোপনৰ জাননী দিছে। এই ত্ৰুটিসমূহ আঁতৰাবলৈ মূল লেখকক অনুৰোধ জনালোঁ। — গীতাৰ্থ বৰদলৈ (talk) 10:36, 5 ছেপ্টেম্বৰ 2013 (UTC)

বিশ্বকোশ বুলিলে মই সকলোবোৰ তথ্যই ইয়াত সম্বলিত হোৱাটো উচিত বুলি বিবেচনা কৰো।চিত্ৰকুল আৰ্ট ইনষ্টিটিউট অসম চাৰু-কাৰু কলা, জজ ফিল্ড, গুৱাহাটীৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত। পাঠকে অসমত থকা সকলোবোৰ চাৰু-কাৰু কলা প্ৰতিষ্ঠানৰ নাম জনাতো মই উচিত বুলি বিবেচনা কৰো।সদস্য:Ranjit Sarma|

বিলোপন প্ৰত্যাহ্বান[সম্পাদনা কৰক]

বিশ্বকোশ বুলিলে মই সকলোবোৰ তথ্যই ইয়াত সম্বলিত হোৱাটো উচিত বুলি বিবেচনা কৰো।চিত্ৰকুল আৰ্ট ইনষ্টিটিউট অসম চাৰু-কাৰু কলা সমিতি, জজ ফিল্ড, গুৱাহাটীৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত। পাঠকে অসমত থকা সকলোবোৰ চাৰু-কাৰু কলা প্ৰতিষ্ঠানৰ নাম জনাতো মই উচিত বুলি বিবেচনা কৰো। এই প্ৰতিষ্ঠানবোৰৰ লগত ছাত্ৰ-ছাত্ৰীৰ চিনাকি হোৱাটো অতিকে বাÛঞ্ছনঞ বুলি মই ভাবো। মই অসম চাৰু-কাৰু কলা সমিতিৰ বিষয়ববীয়াৰ লগতো যোগাযোগ কৰিছো - যাতে উক্ত সমিতিৰ বিষয়ে মই সম্পাদনা কৰিব পাৰো।

ম‌ই চিত্ৰকুল আৰ্ট ইনষ্টিটিউটৰ বিষয়ে জানিব নালাগে বুলি কোৱা নাই। সেইখনৰ উল্লেখযোগ্যতা প্ৰবন্ধটোত ফুটি উঠা নাই বুলিহে ক'ব খুজিছোঁ। লগতে "শিশুৰ বৌদ্ধিক বিকাশত চিত্ৰকুল আৰ্ট ইনষ্টিটিউটে এক বিশেষ অৰিহনা যোগাই আহিছে" এনেকুৱা বাক্য তথ্যসূত্ৰ নোহোৱাকৈ লিখা উচিত নহয়। ভাল প্ৰবন্ধকেইটা চাবচোন। সম্পাদনা কৰি থাকক। লাহে লাগে ৱিকি শৈলীত পাকৈত হৈ উঠিব। — গীতাৰ্থ বৰদলৈ (talk) 17:58, 14 ছেপ্টেম্বৰ 2013 (UTC)