বাৰ্তা:চিৰ চেনেহী মোৰ ভাষা জননী

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

গীতৰ পাঠ[সম্পাদনা কৰক]

ইয়াত গীতটোৰ সম্পূৰ্ণ পাঠ দিয়াটো ভাল হৈছে জানো? ৱিকিউৎসটো গীতটো আছে (s:চিৰ চেনেহী মোৰ ভাষা জননী)। মোৰ বোধেৰে গানটো কপিৰাইট মুক্ত নহয়। --SlowPhoton (talk) 09:03, 23 September 2019 (ইউ.টি.চি.)[উত্তৰ দিয়ক]