বাৰ্তা:ছন্দঃপূৰ্ণ চক্ৰ

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

শিৰোনাম[সম্পাদনা কৰক]

"ছন্দঃপূৰ্ণ চক্ৰ" নামটো NCERT-ৰ পাঠ্যপুথিৰ আধাৰত লিখা উচ্চতৰ মাধ্যমিকৰ জীৱবিজ্ঞান পাঠ্যপুথিখনৰ পৰা লোৱা হৈছে। অনুগ্ৰহ কৰি আন নামলৈ স্থানান্তৰ কৰাৰ আগতে ইয়াত আলোচনা কৰে যেন। — গীতাৰ্থ বৰদলৈ (talk) 16:42, 5 September 2019 (ইউ.টি.চি.)[উত্তৰ দিয়ক]