সমললৈ যাওক

বাৰ্তা:ছাংগে জলপ্ৰপাত

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা

নিম্নমানৰ অনুবাদ

[সম্পাদনা কৰক]

প্ৰবন্ধ এটা লিখোঁতে যেতিয়া আন ভাষাৰ পৰা অনুবাদ কৰা হয়, তেতিয়া ভাষাৰ মাধুৰ্য যাতে নেহেৰায় আৰু অৰ্থৰ বিষম তাৰতম্য যাতে নঘটে তাৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া উচিত। অনুগ্ৰহ কৰি সম্পাদকে মন কৰিব।- চন্দন চিৰিং ফুকন ||✉️ 15:48, 19 May 2023 (ইউ.টি.চি.)উত্তৰ দিয়ক