সমললৈ যাওক

বাৰ্তা:জুবিন গাৰ্গ

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা
Latest comment: 5 মাহ পূৰ্বে by KhiLanTzi in topic শিল্পকলা

অনুগ্ৰহ কৰি নিজৰ মতামত এইখন পৃষ্ঠাত দিয়ক| ৰাজু ডাঙৰীয়া আৰু বিতোপন ডাঙৰীয়াক আদৰণি জনাইছোঁ gahori ০৩:৫১, ১৩ ফেব্ৰুৱাৰী ২০০৮ (UTC)

জীৱন বৰঠাকুৰ--> জুবিন গাৰ্গ

[সম্পাদনা কৰক]

http://www.amarasom.glpublications.in/Details.aspx?id=15039&boxid=123355843

জীৱন বৰঠাকুৰ হিচাপে এই বাতৰিটোত উল্লেখ আছে। জুবিনৰ পাছপ'ৰ্ট নাম জীৱন বৰঠাকুৰ সম্ভৱতঃ।

এইটো বাতৰি (মানে জুবিনৰ নামটো) বিশ্বাসযোগ্য নহয়, গৰিমা গাৰ্গে এবাৰ এটা সাক্ষাতকাৰত কৈছিল জুবিনৰ নাম জীৱন বৰঠাকুৰ কেতিয়াও নাছিল বুলি, জুবিন বৰঠাকুৰহে আছিল, পিতৃয়ে জুবিন মেহেতাৰ নামেৰে পুত্ৰৰ নাম জুবিন ৰাখিছিল দীপাংকৰ চেতিয়া? 07:52, 27 ছেপ্টেম্বৰ 2013 (UTC)
সাম্ভাব্য ক্ষয়-ক্ষতিৰ প্ৰতি লক্ষ্য ৰাখি এই পেজটো এসপ্তাহৰ বাবে সুৰক্ষিত কৰা হৈছে। ইয়াক কেৱল প্ৰশাসক সকলেহে সম্পাদনা কৰিব পাৰিব।-Nayan j Nath (বাৰ্তা) 17
55, 19 September 2025 (ইউ.টি.চি.)

সুৰক্ষা

[সম্পাদনা কৰক]

স্বয়ংনিশ্চিত সদস্যৰ বাবে সম্পাদনা মুকলি কৰা হৈছে। ধ্বংসমূলক সম্পাদনাৰ প্ৰতি সকলোৱে লক্ষ্য ৰাখে যেন। — গীতাৰ্থ বৰদলৈ (বাৰ্তা) 05:01, 22 September 2025 (ইউ.টি.চি.)উত্তৰ দিয়ক

অনামিকা

[সম্পাদনা কৰক]

'অনামিকা'ৰ মুক্তি বৰ্ষক লৈ শেহতীয়ালৈ কিছু চৰ্চা হৈছিল। আগৰ তথ্যসূত্ৰৰ সলনি পৱিত্ৰ মাৰ্ঘেৰিটাৰ লেখাৰ উদ্ধৃতিৰে চনটো ১৯৯৩ কৰা হৈছে। কিন্তু 'সপোনৰ সুৰ' ১৯৯২ হৈ আছে। সেইটোৱে অনামিকাৰ পাছতহে মুক্তি পাইছিল। তথ্যসূত্ৰ বিচাৰিম। — গীতাৰ্থ বৰদলৈ (বাৰ্তা) 07:07, 7 October 2025 (ইউ.টি.চি.)উত্তৰ দিয়ক

তথ্যসূত্ৰ

[সম্পাদনা কৰক]

https://as.wikipedia.org/wiki/%E0%A6%9C%E0%A7%81%E0%A6%AC%E0%A6%BF%E0%A6%A8_%E0%A6%97%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%97

শিল্পকলা

[সম্পাদনা কৰক]

Hi i am bloke and i mostly contribute to the English wikipedia and i don't think i have can contribute here due to unfamiliarity in typing in assamese script (and my weak writing skills in assamese) Recently, I added an entire section on Artistry to the English Wikipedia page on Zubeen Garg. I suggest that a similar section should be created in the Assamese Wikipedia as well (about his xilpokola).

Axomiya wikipedia t engraji t likha r babe khyoma khujisu.

thanks Dagoofybloke (বাৰ্তা) 14:04, 8 October 2025 (ইউ.টি.চি.)উত্তৰ দিয়ক

@Dagoofybloke You can write but you have to cite reliable references for your additions. Check ৱিকিপিডিয়া:উৎসৰ উল্লেখ for further information. Also your contents should be in proper Assamese. KHI-LAN-TZI 06:57, 9 October 2025 (ইউ.টি.চি.)উত্তৰ দিয়ক