বাৰ্তা:জোনাকী জাতীয় বিদ্যালয়, শিমূলচালা

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

বিলোপন প্ৰত্যাহ্বান[সম্পাদনা কৰক]

জোনাকী জাতীয় বিদ্যালয়, (Jonaky Jatiya Bidyalaya, Shimulchala) নামৰ প্ৰবন্ধটি বিলুপ্ত কৰা অনুচিত। কিয়নো, এইটোও সাধাৰণ ৱিকিপেডিয়াত থকা কিছুমান বিষয়ৰ নিচিনাই এটা বিষয়। ইয়াৰ দ্বাৰা বহুতেই উপকৃত হব বুলি মোৰ বিশ্বাস। মই ৱিকিপেডিয়াৰ কৰ্তৃপক্ষক জনাও যে Jonaky Jatiya Bidyalaya, Shimulchala নামৰ প্ৰবন্ধটি প্ৰকাশ কৰক। ধন্যবাদ।

Thank You Yuvomilan Dev Society (talk) 12:46, 5 February 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

বিলোপন প্ৰত্যাহ্বান[সম্পাদনা কৰক]

Jonaky Jatiya Bidyalaya, Shimulchala (জোনাকী জাতিয় বিদ্যালয়, শিমূলচালা) নামৰ প্ৰবন্ধ খন অসমীয়া Wikipedia ত প্রকাশ কৰা প্রয়জোন। এইটো বাতিল কৰাটো ঠিক নহব. অসমীয়া ৱিকিপিডিয়াত প্ৰকাশ কৰিবলৈ অনুৰোধ জনালো. ধন্যবাদ.