সমললৈ যাওক

বাৰ্তা:জ্যাজ সংগীত

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা

জজ হৈছে ১৯ শতিকাৰ শেষৰ ফালে আৰু ২০ শতিকাৰ আৰম্ভণিতে লুইজিয়ানাৰ নিউ অৰলিন্সৰ আফ্ৰিকান-আমেৰিকান সম্প্ৰদায়ৰ পৰা উৎপত্তি হোৱা এটা সংগীত ধাৰা আৰু ব্লুজ, ৰেগটাইম, ইউৰোপীয় সমন্বয় আৰু আফ্ৰিকান ছন্দময় আচাৰ-অনুষ্ঠান আদি হৈছে ইয়াৰ শিপা।৩][৪][৫][৬] ১৯২০ চনৰ জ্যাজ যুগৰ পৰাই, পৰম্পৰাগত আৰু জনপ্ৰিয় সংগীতত মাজত জ্যাজও সংগীত প্ৰকাশৰ এক প্ৰধান ৰূপ হিচাপে স্বীকৃতি লাভ কৰিছে। জাজৰ বৈশিষ্ট্য সমূহ হৈছে ছুইং আৰু নীলা স্বৰ(notes), জটিল কৰ্ডচ, কল আৰু ৰেচপন্স শৈলীৰ কণ্ঠ-সংগীত, পলিৰিদমচ আৰু ইম্প্ৰভাইজেচন।

প্ৰৱন্ধৰ শিৰোনামা

[সম্পাদনা কৰক]

জ্যাজ নে জেজ নে জাজ? কোনটো নাম শুদ্ধ হ'ব? -Joli Rumi (বাৰ্তা) 14:34, 6 October 2024 (ইউ.টি.চি.)উত্তৰ দিয়ক