বাৰ্তা:টাবু টাইড

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

মোৰ কাম শেষ হ'ল। Babulbaishya

সত্যাপনযোগ্য তথ্য[সম্পাদনা কৰক]

জীৱিত মানুহৰ জীৱনী লিথা বৰ টান কাম। প্রবন্ধটোৰ কিছুমান দিশত চকু দিবলগীয়া আছে।

  1. লিখকৰ বিষয়টোৰ প্রতি মনোভাব প্রকাশ পাব নালাগে। সেয়ে ডাঙৰ লিখক, আদি জাতীয়বোৰ ব্যবহাৰ কৰিলে লগত উৰ্ধৃতি দিব লাগে। কাৰোবাৰ সন্ত্রাসবাদী কাৰোবাৰ বাবে মুক্তিযোদ্ধাও হ'ব পাৰি।
  2. জাতি, সম্প্রদায় আদি ব্যবহাৰ কৰোতে জেনেৰেলাইজ কৰিব নালাগে। যেনে পিচপৰা জাতি, অসম লাহেলাহেৰ দেশ, অসমীয়াবোৰ ধোদ আদি।

প্রভাকৰ শৰ্মা নেওগ 03:12, 8 ডিচেম্বৰ 2011 (UTC)