বাৰ্তা:টিউৰিং পৰীক্ষা
অৱয়ব
প্ৰবন্ধটোৰ ভাষা অতিমাত্ৰা সংস্কৃতীয় হৈছে। অনুবাদ কৰা নতুন আৰু বিশেষকৈ আচহুৱা যেন লাগিব পৰা সংস্কৃতীয় বৈজ্ঞানীক শব্দবোৰৰ লগত বন্ধনীত সংশ্লিষ্ট ইংৰাজী শব্দটোও দি দিয়া বাঞ্ছনীয়। প্রভাকৰ শৰ্মা নেওগ (talk) 02:17, 25 জুন 2014 (UTC)
- A recent edit by administrator প্রভাকৰ শৰ্মা নেওগ has caused a structural and qualitative damage to the subject matter of this article. At present stage , the article also does not convey the core scientific idea behind a rather conceptual and basic theory in the field of electronic computing and artificial intelligence. It is seen that even the English wiki article for the same topic has not used the word Computer for the purpose of introducing the subject matter. The way the Assamese wiki article কম্পিউটাৰ is there in this encyclopedia, this article may mislead a reader in understanding of fundamentals behind a conceptual machine. Readers may be encouraged to go through the English version of the article, if they have adequate understanding of English rather than subscribing to this Assamese (?) one.
This article may kindly be deleted. JBDVIJASDVI (talk) 16:57, 28 এপ্ৰিল 2015 (UTC)
- কম্পিউটাৰ শব্দটো 'যন্ত্ৰ'লৈ সলাই দিলোঁ। — গীতাৰ্থ বৰদলৈ (talk) 18:47, 13 মে' 2015 (UTC)
টিউৰিং পৰীক্ষাৰ বিষয়ে এক আলোচনা আৰম্ভ কৰক
আলোচনা পৃষ্ঠাখন হৈছে য'ত সদস্যসকলে অসমীয়া ৱিকিপিডিয়াৰ বিষয়বস্তু কেনেকৈ সৰ্বোত্তম কৰি তুলিব সেই বিষয়ে আলোচনা কৰে। আপুনি এই পৃষ্ঠাখন টিউৰিং পৰীক্ষাক কেনেকৈ উন্নত কৰিব পাৰি তাৰ বিষয়ে আনৰ সৈতে আলোচনা আৰম্ভ কৰিবলে ব্যৱহাৰ কৰিব পাৰে।