বাৰ্তা:ডিব্ৰুগড় বিমানবন্দৰ

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

ডিব্ৰুগড় নে মোহনবাৰী[সম্পাদনা কৰক]

বিমানবন্দৰটোৰ নাম "মোহনবাৰী বিমানবন্দৰ" হে লিখা উচিত নে কি? নতুন নাম হোৱাৰ আগতে কলিকতাৰটো দমদম, গুৱাহাটীৰটো বৰঝাৰ আদি নামেৰেহে জনাজাত আ্ছিল। তেনেহ'লে আমি এই প্ৰবন্ধটো "মোহনবাৰী বিমানবন্দৰ" বুলি লিখি "ডিব্ৰুগড় বিমানবন্দৰ"ৰ পৰা এটা পুনৰ্নিৰ্দেশ হে ৰাখিব লাগে। প্রভাকৰ শৰ্মা নেওগ (talk) 15:42, 18 জানুৱাৰী 2014 (UTC)

চৰকাৰী তথ্য অনুসৰি ডিব্ৰুগড় বিমানবন্দৰহে। সেয়ে সেইভাবে ৰখাই যথোচিত হ'ব। http://www.aai.aero/allAirports/dibrugarh_airpo_gi.jsp

প্ৰণৱ জ্যোতি ভূঞা (talk) 15:45, 18 জানুৱাৰী 2014 (UTC)

ঠিক আছে। প্রভাকৰ শৰ্মা নেওগ (talk) 03:06, 19 জানুৱাৰী 2014 (UTC)