বাৰ্তা:ডিমাণ্ড ড্ৰাফ্ট

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

draft শব্দটো অসমীয়া উচ্চাৰণ "ড্ৰাফ" হে হয়। ৰাণা ভৱানী চুতীয়া 06:53, 3 জুন 2012 (UTC)


একত্ৰীকৰণ[সম্পাদনা কৰক]

কৰা উচিত, কিয়নো Bank Draft আৰু Check ইংৰাজী ৱিকিত এটাই প্ৰবন্ধ ... Bank Draft আৰু Check একেই চাগে ? ইয়াৰ ওপৰিও ইংৰাজী ৱিকিলৈ সংযোগ দিয়া আছে Demand draft লৈহে| বিভ্ৰান্তিকৰ ! প্ৰবন্ধটোত আকৌ Bank Draft ’ৰ বিষয়েহে লিখিছে..| বিষ্ণু শইকীয়া 20:04, 3 নৱেম্বৰ 2012 (UTC)

ডিমাণ্ড ড্ৰাফ্ট আৰু চে'ক বেলেগ বস্তু। ইং ৱিকিত দুয়োটাৰে প্ৰবন্ধও বেলেগ। টেগ্‌ আঁতৰাই দিওঁ। — গীতাৰ্থ বৰদলৈ (talk) 19:07, 11 ফেব্ৰুৱাৰী 2013 (UTC)