বাৰ্তা:ডিমৌ

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

নগৰ নে ৰাজহচক্ৰ[সম্পাদনা কৰক]

@অনামিকা(চুমু) বড়া:, এই প্ৰবন্ধটো ডিমৌ নামৰ পৌৰ-নগৰখনৰ বিষয়ে নে ৰাজহচক্ৰটোৰ বিষয়ে? প্ৰবন্ধৰ ইনফ'বক্সত নগৰ বুলি উল্লেখ কৰা হৈছে; কিন্তু মাটিকালি আৰু প্ৰবন্ধটোৰ অন্যান্য তথ্যৰ পৰা ইয়াত বৃহত্তৰ ডিমৌ অঞ্চলটোৰ বিষয়ে লিখা যেন লাগিল। বাবুল বৈশ্য (talk) 03:03, 3 June 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

বৃহত্তৰ ডিমৌ অঞ্চলটোৰ বিষয়ে লিখা হৈছে। অনামিকা(চুমু) বড়া (talk) 05:49, 3 June 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]