বাৰ্তা:তেলঙ্গানা

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

ল'গ'টো উঠা নাই। upload কৰিব লাগিব কিজানি!! Saidul Islam 02:17, 7 জুন 2014 (UTC)

শুদ্ধ নাম[সম্পাদনা কৰক]

Telangana ৰ উচ্চাৰণ তেলঙ্গানা (বা মূল উচ্চাৰণৰ পৰা অলপ আঁতৰি গৈ তেলাঙ্গানা) হে। সেয়ে প্ৰৱন্ধটোত তেলেংগানা লিখাটো ঠিক হ'ব জানো? প্ৰণৱ জ্যোতি ভূঞা (talk) 06:16, 7 জুন 2014 (UTC)

কৰিলো Saidul Islam 07:54, 7 জুন 2014 (UTC)
'তেলংগানা' আৰু 'তেলঙ্গানা'ৰ উচ্চাৰণৰ পাৰ্থক্য আছে নেকি? 'ঙ্গ' লিখাতকৈ সৰল 'ং'হে লিখিব লাগে। — গীতাৰ্থ বৰদলৈ (talk) 08:51, 7 জুন 2014 (UTC)
তেলংগানা আৰু তেলঙ্গানাৰ উচ্চাৰণ একেই। তেলংগানা ৰখাই যুগুত হ'ব। প্ৰণৱ জ্যোতি ভূঞা (talk) 16:42, 7 জুন 2014 (UTC)