বাৰ্তা:তৰুণ গগৈ

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকী নাম কি- তৰুণ গগৈ নে তৰুণ কুমাৰ গগৈ? মই ৩টামান চৰকাৰী ৱেৱচাইটত তৰুণ গগৈ বুলিয়ে পালো। কাকত আদিতো তৰুণ গগৈ বুলিহে লিখে। কিন্তু অসমীয়া আৰু ইংৰাজী ৱিকি উভয়তে 'তৰুণ কুমাৰ গগৈ' বুলিহে উল্লিখিত হৈছে। শিৰোনামাটো শুধৰণি কৰি দিবনে? বাবুল বৈশ্য 03:43, 23 জানুৱাৰী 2012 (UTC)


এই পৃষ্ঠাটো মূল সম্পাদকৰ অনুৰোধ মৰ্মে ময়েই তৰুণ কুমাৰ গগৈলৈ পুণৰনিৰ্দেশ কৰিছিলো। প্ৰথমে তৰুণ গগৈয়েই আছিল। কৰাৰ আগতে মই গুগুলত চাইছিলো। কেবাখনো ৰাষ্ট্ৰীয় কাকতত 'তৰুণ কুমাৰ গগৈ' বুলি উল্লেখ কৰা আছিল। ৰেফাৰেন্সত থকা লিংকটোও চাইছিলো। সেইদিনা চাওঁতে মই kumar tarun gogoi দেখা যেন পালো। আজিহে দেখিছোঁ, সেইটো shree tarun gogoi. 'কুমাৰ' আছে নে নাই, সেইটোৰ খাটাং তথ্য পালে ভাল আছিল। মোৰ বোধেৰে এটা কাম কৰা যাওঁক। পুণৰ-নিৰ্দেশটো ওলোটা কৰি ৰখা হওঁক। মানে কোনোবাই 'তৰুণ কুমাৰ গগৈ' লিখিলে 'তৰুণ গগৈ'-লৈ পুণৰ-নিৰ্দেশ হওঁক। উদ্দীপতালুকদাৰ 12:50, 23 জানুৱাৰী 2012 (UTC)

উদ্দীপদাৰ কথাটো ম‍ই সমৰ্থন কৰিছোঁ| তেনে কৰাটোৱেই সমীচিন হ’ব|Bishnu Saikia (বিষ্ণু শ‍ইকীয়া) 15:16, 23 জানুৱাৰী 2012 (UTC)


This page might turn controversial because a political person is so. I have decided that for the better of Assamese Wikipedia Ganavishwakosh we must write protract this page, tentatively for six months.

If Wikipedians decide to remove me from sysop please refer to appropriate procedure.

প্রভাকৰ শৰ্মা নেওগ 18:11, 24 জানুৱাৰী 2012 (UTC)

I must say this admin action is not correct and not according to policies of wikipedia. An admin cannot protect a page like this unilaterly. Even in English wikipedia which has lakhs of readers important pages will not be protected like this. If excessive vandelism is there page can be protected from IP editing for a limited period of time (may be one week). I cannot see any vandelism from page histrory. I found even trusted users cannot contribute here.I do not undertand why existing active Assamese wikipedians (who are not admins) prevented from contributing to this acrticle. I must say this action is not assuming good faith on the current active users.


//If Wikipedians decide to remove me from sysop please refer to appropriate procedure.//
I do not undertand the context of this message. Is this is showing that সদস্য:Psneog know that this admin action is not correct. Then it is more bad. --Shiju Alex (WMF) 21:24, 5 ফেব্ৰুৱাৰী 2012 (UTC)

পৃষ্ঠাৰ সুৰক্ষা[সম্পাদনা কৰক]

মোৰ মতে এই পৃষ্ঠাখনক সুৰক্ষিত কৰি ৰখাৰ সপক্ষে বিশেষ যুক্তি নাই। সম্পাদকসকলে আলোচনাৰ মাজৰেহে প্ৰবন্ধটো ঠিক-ঠাক কৰি আছিল আৰু কোনো Vandalism চকুত পৰা নাই। গতিকে ৰাজনীতিক মানেই বিতৰ্কৰ সৃষ্টি হ'ব পাৰে বুলি আশংকা কৰি সুৰক্ষিত কৰাটো অনুচিত হ'ব। ইংৰাজী ৱিকিপিডিয়াতো সাধাৰণ প্ৰবন্ধত ইমান কঠোৰ সুৰক্ষা মানি চলা নহয়। "Osama Bin Laden", "Hitler" আদিৰ দৰে ব্যক্তিৰ প্ৰবন্ধতো তেনে কৰা হোৱা নাই। খুব বেছি অজ্ঞাত আই.পি. ঠিকনাৰ পৰা কৰা সম্পাদনা বাৰণ কৰিব পৰা যায়। পঞ্জীভুক্ত সদস্যক প্ৰবন্ধটো উন্নত কৰিবলৈ নিৰুৎসাহ কৰাটো ভাল নহ'ব। আন সদস্যসকলৰ মতামত আশা কৰিলোঁ। Gitartha.bordoloi 09:18, 5 ফেব্ৰুৱাৰী 2012 (UTC)

গীতাৰ্থ বৰদলৈৰ মই সহমত পোষণ কৰিছো। বাবুল বৈশ্য 16:26, 5 ফেব্ৰুৱাৰী 2012 (UTC)

আপোনালোকৰ ইচ্ছাৰ প্রতি সন্মান জনাই মই তলা খুলি দিলোঁ, কিন্তু মোক প্রতিশ্রুতি দিয়াক যাতে প্রৱন্ধটো বিতৰ্ক নোহোৱাকৈ সম্পন্ন কৰিব প্রভাকৰ শৰ্মা নেওগ 23:25, 5 ফেব্ৰুৱাৰী 2012 (UTC)
তলা খুলি দিয়াত ভাল হৈছে| সক্ৰিয় সদস্যসকলে এইটোৰ সালসলনিবোৰ মন কৰি থাকিলেই হ’ল| আৰু দ্বিতীয়তে প্ৰবন্ধটো বৰ্তমান সৰু অৱস্থাতেই আছে, ইয়াক বিকাশ কৰা উচিত|

বিষ্ণু শ‍ইকীয়া বাৰ্তা 16:49, 9 ফেব্ৰুৱাৰী 2012 (UTC)