বাৰ্তা:তৰুণ শইকীয়া

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

এভাৰেষ্ট বিজয় অভিযান বেলেগ প্ৰৱন্ধ হ'ব পাৰে[সম্পাদনা কৰক]

এই প্ৰৱন্ধটোৰ এভাৰেষ্ট বিজয় অভিযান অংশটো এই সমগ্ৰ অভিযানটোৰ বিৱৰণ থকা বেলেগ এটা প্ৰৱন্ধ হ'ব পাৰে। কি নাম দি প্ৰৱন্ধটো লিখা যাব, সেইটো উলিয়াব নোৱাৰিলো কাৰণে ইয়াতে ৰাখি থ'লো।উদ্দীপতালুকদাৰ (talk) 08:27, 19 জুন 2013 (UTC)