বাৰ্তা:দখনা
This article was created as part of Feminism and Folklore 2021 online edit-a-thon. |
দখনা[সম্পাদনা কৰক]
দখনা সম্পৰ্কীয় ভাল প্ৰবন্ধ এটাৰ লিংক দিয়া হ'ল। কিন্তু ই যিহেতু এটা ব্লগহে, সেয়েহে ইয়াৰ তথ্য ৱিকিত তথ্যসূত্ৰ হিচাপে ব্যৱহাৰ কৰিব নোৱাৰি। তথাপি দখনা সম্পৰ্কে জানিবলৈ আগ্ৰহী পাঠকে এই লিংকটোৰ পৰা উপকৃত হব নিশ্চয়।
https://bwsrang.wordpress.com/2017/09/26/handmade-designs-on-bodo-traditional-attires-an-overview/