বাৰ্তা:দিনকণা

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

এই ইংৰাজী নামৰ চৰাইবিধ দিনকণাৰে এটা প্ৰজাতি হ’লেও ইয়াক (Camprimulgus asiaticus) অসমত দেখা পোৱা নাযায় ৷ গতিকে ইয়াৰ অসমীয়া নাম থকাৰ সম্ভাৱনাও কম৷ তাৰ সলনি অসমত পোৱা এইজাতীয় তিনিবিধ চৰাই হৈছে- Grey Nightjar (Camprimulgus jotaka), Long-tailed Nightjar (Camprimulgus macrurus), Savanna Nightjar (Camprimulgus affinis) ৷ ইয়াৰে কোনবিধক দিনকণা বুলি কোৱা হয়? নে অন্য কিছুমান চৰাইৰ দৰে তিনিওবিধকে একেই নামেৰে মতা হয়?প্ৰবন্ধটোৰ নামো সলনি কৰিব লাগিল! -জলি বৰা (talk) 22:06, 15 August 2015 (UTC)